உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • চলমান খানে জন্মদিনত লাভ কৰিলে বহু উপহাৰ ! শিল্পাই যদি ছাৰপ্ৰাইজ দিলে, কেটৰিনাই দিলে এই বিশেষ উপহাৰ ...

    চলমান খানে জন্মদিনত লাভ কৰিলে বহু উপহাৰ ! শিল্পাই যদি ছাৰপ্ৰাইজ দিলে, কেটৰিনাই দিলে এই বিশেষ উপহাৰ ...

    ৫৬ তম জন্মদিন চলমান খানৰ (Salman Khan) বাবে অতি বিশেষ আছিল। জন্মদিনৰ পাৰ্টিত বহুতো চেলিব্ৰেটীয়ে অংশগ্ৰহণ কৰিছিল। কেটৰিনা কাইফ (Katrina Kaif), শিল্পা চেট্টী (Shilpa Shetty) আৰু জেকলিন ফাৰ্ণাণ্ডেজে ব্যয়বহুল উপহাৰেৰে অভিনন্দন জনায়।

    • Share this:
    ৫৬ তম জন্মদিন চলমান খানৰ (Salman Khan) বাবে অতি বিশেষ আছিল। পানভেলত চলমানৰ জন্মদিনৰ পাৰ্টিত বহুতো চেলিব্ৰেটীয়ে অংশগ্ৰহণ কৰিছিল য'ত বহুতে সামাজিক মাধ্যমত থ্ৰোবেক ফটো শ্বেয়াৰ কৰিছিল আৰু তেওঁলোকক জন্মদিনৰ শুভেচ্ছা জনাইছিল। দাবাং খানে তেওঁৰ জন্মদিনত বহুতো উপহাৰ লাভ কৰিছিল। ভাই-ভনী আৰু পিতৃ-মাতৃৰ উপৰিও চলমানক তেওঁৰ সহ-অভিনেত্ৰী কেটৰিনা কাইফ (Katrina Kaif), শিল্পা চেট্টী (Shilpa Shetty) আৰু জেকলিন ফাৰ্ণাণ্ডেজে ব্যয়বহুল উপহাৰেৰে অভিনন্দন জনায়।

    চলমান খানে অত্যন্ত ব্যয়বহুল উপহাৰ লাভ কৰে
    বলীউডৰ অভিনেত্ৰী কেটৰিনা কাইফে প্ৰায় ৩ লাখ টকাৰ সোণৰ ব্ৰেচলেট দিছে, আনহাতে জেকলিন ফাৰ্ণাণ্ডেজে প্ৰায় ১২ লাখ টকাৰ এটা ঘড়ী উপহাৰ দিছে৷ শিল্পা চেট্টীয়ে ১৬-১৭ লাখ টকাৰ হীৰাৰ ব্ৰেচলেট উপহাৰ দিছে৷

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    কেৱল এই অভিনেত্ৰীসকলেই নহয়, বলীউড অভিনেতা অনিল কাপুৰে প্ৰায় ২৯ লাখ টকাৰ এটা অতি ব্যয়বহুল চামৰাৰ জেকেট উপহাৰ দিছে আৰু সঞ্জয় দত্তও পিছ পৰি থকা নাই আৰু প্ৰায় ৮ লাখ টকাৰ এটা ঘড়ী উপহাৰ দিছে।
    Published by:Kokil Sarma
    First published: