
প্ৰিয়ংকা চোপ্ৰা ইনষ্টাগ্ৰামত ৬৫ মিলিয়নতকৈও অধিক (Priyanka Chopra Instagram Followers) লোকৰ দ্বাৰা অনুসৰণ কৰা প্ৰথম ভাৰতীয় তাৰকা হৈ পৰিছে। প্ৰিয়ংকা চোপ্ৰাৰ ইনষ্টাগ্ৰামত ৬৫.৩ মিলিয়নতকৈও অধিক অনুসৰণকাৰী আছে।
প্ৰিয়ংকা চোপ্ৰা ইনষ্টাগ্ৰামত ৬৫ মিলিয়নতকৈও অধিক (Priyanka Chopra Instagram Followers) লোকৰ দ্বাৰা অনুসৰণ কৰা প্ৰথম ভাৰতীয় তাৰকা হৈ পৰিছে। প্ৰিয়ংকা চোপ্ৰাৰ ইনষ্টাগ্ৰামত ৬৫.৩ মিলিয়নতকৈও অধিক অনুসৰণকাৰী আছে।
বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই এতিয়া হলিউডত নিজৰ জনপ্ৰিয়তা বিয়পাই আছে আৰু প্ৰতিদিনে নতুন অভিলেখ স্থাপন কৰিছে। প্ৰিয়ংকা চোপ্ৰাই (Priyanka Chopra) সমগ্ৰ বিশ্বতে কামৰ দ্বাৰা নিজৰ ছাপ ৰাখিছে। প্ৰিয়ংকা চোপ্ৰাই শেহতীয়াকৈ হপাৰ ইনষ্টাগ্ৰাম ৰিচলিষ্ট ২০২১ অনুসৰি ২৭ তম স্থান লাভ কৰিছে। তালিকাখনত স্থান পোৱা ভাৰতীয় মনোৰঞ্জন উদ্যোগৰ তেওঁ একমাত্ৰ তাৰকা। এতিয়া তেওঁ আন এটা নতুন ইতিহাস সৃষ্টি কৰিছে। প্ৰিয়ংকা চোপ্ৰা ইনষ্টাগ্ৰামত ৬৫ মিলিয়নতকৈও অধিক (Priyanka Chopra Instagram Followers) লোকৰ দ্বাৰা অনুসৰণ কৰা প্ৰথম ভাৰতীয় তাৰকা হৈ পৰিছে। প্ৰিয়ংকা চোপ্ৰাৰ ইনষ্টাগ্ৰামত ৬৫.৩ মিলিয়নতকৈও অধিক অনুসৰণকাৰী আছে।
প্ৰিয়ংকা চোপ্ৰাই কৰীণা কাপুৰ খান, দীপিকা পাডুকন আৰু চলমান খান আৰু শ্বাহৰুখ খানৰ দৰে তাৰকাসকলৰ দৰে ৰথী মহাৰথীক অতিক্ৰম কৰি এই ইতিহাস সৃষ্টি কৰিছে। ইয়াৰ পিছত আছে শ্ৰদ্ধা কাপুৰ, দীপিকা পাডুকন।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|