মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »মহাভাৰতৰ দ্ৰৌপদী হ’ব দীপিকা পাডুকণ, কৃষ্ণ হৃত্বিক ৰোছন,অন্যান্য চৰিত্ৰত আৰু কোন কোন বলীউদৰ তাৰকা?

মহাভাৰতৰ দ্ৰৌপদী হ’ব দীপিকা পাডুকণ, কৃষ্ণ হৃত্বিক ৰোছন,অন্যান্য চৰিত্ৰত আৰু কোন কোন বলীউদৰ তাৰকা?

Source-Google

Source-Google

অন্যান্য চৰিত্ৰত আৰু কোন কোন বলীউদৰ তাৰকা?

  • Share this:
এইবাৰ ৰূপালী পৰ্দাত দ্ৰৌপদীৰ ৰূপত দেখা যাব বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকণ।  পৰিচালক নিতেশ তিৱাৰীৰ তিনিটা খণ্ডত  ‘মহাভাৰত’ৰ আধাৰত নিৰ্মাণ হ’বলগীয়া ছবিখনত দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিব বলীউদৰ তাৰকা অভিনেত্ৰী দীপিকা পাডুকণে।



এতিয়া খবৰ আহিছে যে, ছবিখনত অভিনেতা হৃত্বিক ৰোছনক শ্ৰীকৃষ্ণৰ ৰূপত দেখা যাব।



‘Deccan Chronicle’ ত প্ৰকাশ পোৱা বাতৰি অনুসৰি ছবিখনৰ প্ৰযোজক মধু মেনটেনা আৰু হৃত্বিক ৰোছন অত্যন্ত ভাল বন্ধু। গতিকে ছবিখনৰ হৃত্বিকে ছবিখনত অভিনয়ৰ বাবে  প্ৰায় নিশ্চিতি প্ৰদান কৰিছে। ইয়াৰ উপৰিও ছবিখনত অন্য বহু তাৰকা অভিনেতা অভিনেত্ৰীক বিভিন্ন চৰত্ৰত দেখা পোৱা যাব বুলি ছবিখনৰ নিৰ্মাতাই জানিবলৈ দিছে।

শেহতীয়া বাতৰি