உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • Coronaত আক্ৰান্ত প্ৰয়োজক একতা কাপুৰ ! যোগাযোগত থকা লোকসকলক Covid Test কৰাবলৈ আবেদন ...

    Coronaত আক্ৰান্ত প্ৰয়োজক একতা কাপুৰ ! যোগাযোগত থকা লোকসকলক Covid Test কৰাবলৈ আবেদন ...

    Photo-Instagram @ektarkapoor

    Photo-Instagram @ektarkapoor

    টিভি আৰু বলীউডৰ প্ৰযোজক একতা কাপুৰ কৰোনা ভাইৰাছৰ (Ekta Kapoor Corona Positive) দ্বাৰা সংক্ৰমিত হৈছে। কৰোনা প্ৰতিবেদন ইতিবাচক হোৱাৰ পিছত তেওঁ নিজকে ঘৰত quarantine কৰি লৈছে৷

    • Share this:
    টিভি আৰু বলীউডৰ প্ৰযোজক একতা কাপুৰ কৰোনা ভাইৰাছৰ (Ekta Kapoor Corona Positive) দ্বাৰা সংক্ৰমিত হৈছে। কৰোনা প্ৰতিবেদন ইতিবাচক হোৱাৰ পিছত তেওঁ নিজকে ঘৰত quarantine কৰি লৈছে৷ তেওঁ তেওঁৰ সৈতে সম্পৰ্কত থকা সকলো লোকক কৰোনা পৰীক্ষা কৰাবলৈআহ্বান জনাইছে৷ তেওঁ তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টত কৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি জনায়৷

    একতা কাপুৰে (Ekta Kapoor Instagram) তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, "সকলো সাৱধানতা অৱলম্বন কৰাৰ পাছতো মই কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈ পৰিছো। মই ভালে আছোঁ আৰু মোৰ সংস্পৰ্শলৈ অহা সকলোলোকক তেওঁলোকৰ পৰীক্ষা সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছো।"

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    উদ্যোগটোৰ লোকসকলে একতাৰ পোষ্টত মন্তব্য কৰিছে আৰু মন দৃঢ় কৰি ৰখাৰ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ ভিতৰত আছে পৰিচালক হনসল মেহতা, বিক্ৰান্ত মেচি, আৰ্চালন গোনিকে ধৰি বহুতো চেলিব্ৰেটী।
    Published by:Kokil Sarma
    First published: