• Home
  • »
  • News
  • »
  • entertainment
  • »
  • কোন চিনি পাইছেনে? এইগৰাকী অভিনেত্ৰী, গায়িকা, নৃত্যশিল্পীৰ নাম ক’ব পাৰিবনে?

কোন চিনি পাইছেনে? এইগৰাকী অভিনেত্ৰী, গায়িকা, নৃত্যশিল্পীৰ নাম ক’ব পাৰিবনে?

এগৰাকী অভিনেত্ৰীয়ে নহয়, তেওঁ এগৰাকী সুন্দৰ নৃত্যশিল্পী আৰু গায়িকাও। এতিয়াও যদি আপুনি চিনি পোৱাত অসুবিধা হৈছে তেন্তে আপোনাক জনাই দিব বিচাৰিছো।

  • Share this:
এই মৰমলগা ফটোখন চাই আপুনি কোন চিনি পাইছেনে? শৈশৱৰ এই ফটোখন কাৰ সৈতে মিলে? এই কণমানিজনী বৰ্তমান বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী। এগৰাকী অভিনেত্ৰীয়ে নহয়, তেওঁ এগৰাকী সুন্দৰ নৃত্যশিল্পী আৰু গায়িকাও। এতিয়াও যদি আপুনি চিনি পোৱাত অসুবিধা হৈছে তেন্তে আপোনাক জনাই দিব বিচাৰিছো। এয়া তাৰা সুতাৰিয়া (Tara Sutaria)ৰ ফটো। ‘ষ্টুডেণ্ট অব দ্য ইয়েৰ ২’ৰ জৰিয়তে বলীউদত খোজ পেলোৱা তাৰাই শেহতীয়াকৈ শৈশৱৰ এই ফটোখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

তাৰা সুতাৰিয়া বৰ্তমান নিজৰ ছবি ‘আপুৰ্বা’ৰ শ্বুটিঙত ব্যস্ত। কিছুদিন পূৰ্বে জেছলমেৰত ছবিখনৰ প্ৰথম ছিডিউল সমাপ্ত কৰিছে। ছবিখনক লৈ তাৰা সুতাৰিয়াই কয়, তেওঁ এনেধৰণৰ চৰিত্ৰ পূৰ্বে কেতিয়াও কৰা নাই। তাৰাৰ শিশুকালৰ এই ফটোখনৰ কমেণ্টত অর্জুন কাপুৰে লিখিছে, ‘গলু সুতাৰিয়া...’।

তাৰা সুতাৰিয়াৰ জন্ম ১৯ নৱেম্বৰ ১৯৯৫ত এক পাৰ্চী পৰিয়ালত হৈছিল। তেওঁ বেলী ডান্সাৰ আৰু ইয়াৰ শিক্ষা ইউনাইটেড কিংডমৰ পৰা গ্ৰহণ কৰিছে। ইয়াৰ লগতে তাৰাই গানৰ শিক্ষাও লৈছে। তেওঁ কেইবাটাও গীতত কণ্ঠদান কৰিছে আৰু ষ্টেজ পাৰফৰমেন্সো কৰিছে। ৭ বছৰ বয়সতে তাৰাই গান গোৱা আৰম্ভ কৰিছিল। তাৰাই নিজৰ কেৰিয়াৰৰ আৰম্ভণি ভিজে হিচাপে কৰিছিল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি