কেৱল অনুৰাগীয়েই নহয়, শহুৰেক অমিতাভ বচ্চনেও কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২২ত উপস্থিত থকা বোৱাৰী ঐশ্বৰ্য ৰায়ৰ ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। কেৱল অনুৰাগীয়েই নহয়, শহুৰেক অমিতাভ বচ্চনেও কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২২ত উপস্থিত থকা বোৱাৰী ঐশ্বৰ্য ৰায়ৰ ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। কেৱল অনুৰাগীয়েই নহয়, শহুৰেক অমিতাভ বচ্চনেও কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২২ত উপস্থিত থকা বোৱাৰী ঐশ্বৰ্য ৰায়ৰ ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। ঐশ্বৰ্য ৰায়ে স্বামী অভিষেক বচ্চন আৰু জীয়ৰী আৰাধ্যাৰ সৈতে কাঁ চলচ্চিত্ৰ মহোৎসৱ উপস্থিত হৈছে। যেতিয়া ফ্ৰান্সৰ এখন ফটো বিগ বিয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল, অনুৰাগীসকলে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিলে যে, ঐশ্বৰ্য গৰ্ভৱতী নেকি?
অমিতাভ বচ্চনে অনুৰাগীসকলৰ দ্বাৰা প্ৰস্তুত কৰা কোলাজ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। ইনষ্টাগ্ৰামত কান্স ল'ৰিয়েল এনিভাৰ্ছৰী ডিনাৰৰ এই ছবিখন শ্বেয়াৰ কৰি বিগ বিয়ে এইমাত্ৰ 'পুত্ৰ, বোৱাৰী, নাতিনী' কেপশ্যনত লিখিছিল।
গৰ্ভৱতী নেকি ঐশ্বৰ্য?
অমিতাভৰ এই পোষ্টটোত এজন অনুৰাগীয়ে লিখিছিল, 'ছাৰ, আপুনিও তালৈ যাওক, সেই অনুষ্ঠানটোৰ সৌস্তৱ বৃদ্ধি কৰিব বচ্চন চাহেবৰ উপস্থিতিয়ে।। যদিও বহু অনুৰাগীয়ে এই ছবিখন চাই 'শ্ৰেষ্ঠ পৰিয়াল' আৰু 'বিউটিফুল ফেমিলি' বুলি কৈ আছে, কিছুমান অনুৰাগীয়ে এই ছবিখন চাই আছে আৰু সুধিছে 'ঐশ্বৰ্য ৰায় গৰ্ভৱতী নেকি?'।
Published by: Himangshu Bhuyan
First published: May 20, 2022, 16:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|