• Home
  • »
  • News
  • »
  • entertainment
  • »
  • পৰিয়ালৰ সৈতে দেৱী দুৰ্গাক পূজা আগবঢ়ালে অভিনেত্ৰী কাজলে, মাতৃ–ভগ্নী আৰু পুত্ৰক লৈ দুৰ্গতিনাশিনীৰ আৰাধনা কাজলৰ

পৰিয়ালৰ সৈতে দেৱী দুৰ্গাক পূজা আগবঢ়ালে অভিনেত্ৰী কাজলে, মাতৃ–ভগ্নী আৰু পুত্ৰক লৈ দুৰ্গতিনাশিনীৰ আৰাধনা কাজলৰ

হিন্দী ছবিজগতৰ বিখ্যাত অভিনেত্ৰী তথা কাজলৰ মাতৃ তনুজা আৰু কাজলৰ ভগ্নী তানিশা মুখাৰ্জী আৰু পুত্ৰ যুগক লৈ কাজলে মহাঅষ্টমীৰ পূজা আগবঢ়ালে।

  • Share this:
বলীউদৰ ছুপাৰষ্টাৰ কাজল। ৯০ৰ দশকৰ পৰা বৰ্তমানলৈকে বলীউদত নিজৰ বলিষ্ঠ অভিনয়েৰে সকলোৰে হৃদয় জয় কৰা কাজলে প্ৰতিবাৰেই দুৰ্গাপূজাত দুৰ্গতিনাশিনীৰ আৰাধনা কৰা দেখা যায়। কাজলৰ মতে, মা দুৰ্গাৰ আশীৰ্বাদতে জীৱনত তেওঁ সফলতা লাভ কৰিছে। এইবাৰো দুৰ্গা পূজাত বিভিন্ন মণ্ডপত দেখা গ'ল জনপ্ৰিয় অভিনেত্ৰীগৰাকীক।

হিন্দী ছবিজগতৰ বিখ্যাত অভিনেত্ৰী তথা কাজলৰ মাতৃ তনুজা আৰু কাজলৰ ভগ্নী তানিশা মুখাৰ্জী আৰু পুত্ৰ যুগক লৈ কাজলে মহাঅষ্টমীৰ পূজা আগবঢ়ালে। পুৱাই পূজাৰ মণ্ডপত জনপ্ৰিয় অভিনেত্ৰী গৰাকী উপস্থিত হোৱাৰ লগে লগে পূজাৰ মণ্ডপত ব্যাপক জনসমাগমৰ সৃষ্টি হয়। অৱশ্যে অনুৰাগী সকলক নিৰাশ নকৰি কাজলে সকলোকে জনালে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা। ইপিনে, মহানৱমী আৰু বিজয়া দশমীতো কাজলে দেৱী দুৰ্গাৰ আশীষ বিচাৰি বহু পূজা মণ্ডপলৈ যাব বুলি জানিব পৰা গৈছে।
Published by:Sanjay Kumar Das
First published: