দুটাকৈ বানত বিধ্বস্ত অসমলৈ (Flood Affected Assam) বিগত কেইদিনত দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে বলীউড (Bollywood)ৰো বহু তাৰকাই সহায়ৰ হাত আগবঢ়াইছে। এইবাৰ সহায়ৰ হাত আগবঢ়াইছে বলীউডৰ মিষ্টাৰ পাৰ্ফেক্টছনিষ্ট আমিৰ খানে। আমিৰ খানে (Aamir Khan) অসমৰ বানপীড়িত লোকৰ সহায়ৰ বাবে ২৫ লাখ টকা আগঢ়াইছে। এই কথা সদৰী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই।
Eminent Bollywood actor Amir Khan extended a helping hand to the flood-affected people of our State by making a generous contribution of ₹25 lakh towards CM Relief Fund.
My sincere gratitude for his concern and act of generosity.