• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Aamir Khan: বান বিধ্বস্ত অসমলৈ এইবাৰ সহায়ৰ হাত আমিৰ খানৰ

Aamir Khan: বান বিধ্বস্ত অসমলৈ এইবাৰ সহায়ৰ হাত আমিৰ খানৰ

Aamir Khan: অভিনেতা আমিৰ খানে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়াইছে ২৫ লাখ টকা।

Aamir Khan: অভিনেতা আমিৰ খানে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়াইছে ২৫ লাখ টকা।

Aamir Khan: অভিনেতা আমিৰ খানে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়াইছে ২৫ লাখ টকা।

  • Share this:
দুটাকৈ বানত বিধ্বস্ত অসমলৈ (Flood Affected Assam) বিগত কেইদিনত দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে বলীউড (Bollywood)ৰো বহু তাৰকাই সহায়ৰ হাত আগবঢ়াইছে। এইবাৰ সহায়ৰ হাত আগবঢ়াইছে বলীউডৰ মিষ্টাৰ পাৰ্ফেক্টছনিষ্ট আমিৰ খানে। আমিৰ খানে (Aamir Khan) অসমৰ বানপীড়িত লোকৰ সহায়ৰ বাবে ২৫ লাখ টকা আগঢ়াইছে। এই কথা সদৰী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই।



অভিনেতা আমিৰ খানে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজি (CM Relief Fund)লৈ আগবঢ়াইছে এই ২৫ লাখ টকা। আমিৰ খানৰ এই বৰঙণিৰ বাবে ধন্যবাদ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।
Published by:Manjumoni Borah
First published: