মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »প্ৰধানমন্ত্ৰীৰ বাসগৃহত বলীউদৰ তাৰকা, মোদীক সাক্ষাৎ কৰিবলৈ আহিল শ্বাহৰুখ–আমিৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহত বলীউদৰ তাৰকা, মোদীক সাক্ষাৎ কৰিবলৈ আহিল শ্বাহৰুখ–আমিৰ

শ্বাহৰুখ খান, আমিৰ খান, ৰাজকুমাৰ হিৰাণী, আনন্দ এল ৰায়, কংগনা ৰানাৱট, একতা কাপুৰ, ছোনম কাপুৰসহ কেইবাগৰাকীও তাৰকাই সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীক। শ্বাহৰুখ খান আৰু আমিৰ খানে একেলগে সাক্ষাৎ কৰিলে মোদীক।

  • Share this:
    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত শনিবাৰে ভিৰ কৰিলে বলীউদৰ ৰথী–মহাৰথীয়ে। শ্বাহৰুখ খান, আমিৰ খান, ৰাজকুমাৰ হিৰাণী, আনন্দ এল ৰায়, কংগনা ৰানাৱট, একতা কাপুৰ, ছোনম কাপুৰসহ কেইবাগৰাকীও তাৰকাই সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীক। শ্বাহৰুখ খান আৰু আমিৰ খানে একেলগে সাক্ষাৎ কৰিলে মোদীক।

    প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত শ্বাহৰুখ আৰু আমিৰে নিজৰ মন্তব্য প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইটাৰযোগে দুয়োগৰাকী তাৰকাৰ মন্তব্যৰ ভিডিঅ’ প্ৰকাশ কৰিছে।

    এই ভিডিঅ’ত আমিৰ খানে কয় যে – ‘মই বাপুৰ আদৰ্শক জনপ্ৰিয় কৰাৰ প্ৰয়াসৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰিব বিচাৰো। এজন সৃষ্টিশীল লোক হিচাপে আমি এইক্ষেত্ৰত বহু কিবাকিবি কৰিব পাৰিম। মই প্ৰধানমন্ত্ৰী মোদীক আশ্বস্ত কৰিব বিচাৰো যে আমি এইক্ষেত্ৰত অধিক প্ৰয়াস কৰি যাম।’

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    শেহতীয়া বাতৰি