• Home
  • »
  • News
  • »
  • entertainment
  • »
  • এইগৰাকী কণমানিক চিনি পাইছেনে আপোনালোকে? চাৰে তিনিবছৰত মঞ্চ কঁপোৱা কণমানিজনি আজি তাৰকা অভিনেত্ৰী।

এইগৰাকী কণমানিক চিনি পাইছেনে আপোনালোকে? চাৰে তিনিবছৰত মঞ্চ কঁপোৱা কণমানিজনি আজি তাৰকা অভিনেত্ৰী।

বৰ্ষাই লিখিছে এই কাপোৰ সাজ তেওঁৰ জোখত সাজি অনা হৈছিল।

বৰ্ষাই লিখিছে এই কাপোৰ সাজ তেওঁৰ জোখত সাজি অনা হৈছিল।

বৰ্ষাই লিখিছে এই কাপোৰ সাজ তেওঁৰ জোখত সাজি অনা হৈছিল।

  • Share this:
বিহু মঞ্চ আৰু বৰ্ষা ৰাণী বিষয়া যেন নৈ আৰু সাগৰৰ যুগমীয়া বান্ধোন। জনপ্ৰিয় এইগৰাকী অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত ছেয়াৰ কৰিলে শৈশৱত মঞ্চত বিহু নচাৰ ফটো। তেওঁ নিজেও বেছ আৱেগিক হৈ পৰা বুলি লিখিছে ফটোখন দেখাৰ পাছত। জীৱনত প্ৰথমবাৰ মঞ্চত বিহু নচাৰ শৈশৱৰ আপুৰুগীয়া ফটো ছেয়াৰ কৰিলে বৰ্ষা ৰাণী বিষয়াই।



বৰ্ষাই লিখিছে এই কাপোৰ সাজ তেওঁৰ জোখত সাজি অনা হৈছিল। বৰ্ষাৰ পিছ ফালে কণমানি সেইজন ভাতৃ অংকুৰ বিষয়া। সেইদিনা বৰ্ষাক হেনো যিয়েই দেখিছিল তেৱেই সুধিছিল, "মা-দেউতাই খাব নিদিয়ে নেকি?"



মাত্ৰ চাৰে তিনি বছৰ বয়সত মঞ্চত এনেগৰে নাচিছিল বৰ্ষাই। এই পোষ্টটোত ককায়েক অংকুৰ বিষয়াক বহুত কৃতজ্ঞতা জনাইছে বৰ্ষাই।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি