স্বামীৰ সৈতে অৱসৰ বিনোদনৰ বাবে এতিয়া দিল্লীত সময় কটাইছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে।
স্বামীৰ সৈতে অৱসৰ বিনোদনৰ বাবে এতিয়া দিল্লীত সময় কটাইছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে।
Barsharani Bishaya: জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া(
Barsha Rani Bishaya) ছচিয়েল মিডিয়াত অত্যান্ত সক্ৰিয়। কিছুদিন পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল অভিনেত্ৰী বৰষা। ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰিয় বৰষাই স্বামী ভাস্কৰৰ সৈতে বিভিন্ন আকৰ্ষণীয় মুহূৰ্তৰ ফটো, ভিডিও শ্বেয়াৰ কৰি আহিছে।
অভিনেত্ৰী বৰষাৰাণী বিষয়া বৰ্তমান দিল্লীত আছে। স্বামীৰ সৈতে অৱসৰ বিনোদনৰ বাবে এতিয়া দিল্লীত সময় কটাইছে
জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে।
দিল্লীৰ হুমায়ুন'ছ টম্বৰ সমুখত
বৰষাৰাণী বিষয়াই ফানা ছবিৰ 'চান চে' শীৰ্ষক গীতত স্বামীৰ সৈতে নৃত্য কৰি আপলোড কৰিছে নিজৰ ইনষ্টাগ্ৰাম চাইটত। আকৰ্ষণীয় ভিডিওটো দেখি এতিয়া মুগ্ধ অনুৰাগী। ছচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে এই ভিডিও।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|