অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পী দীপলিনা ডেকাৰ শেহতীয়া এটা পোষ্ট। এই পোষ্টটোক লৈ চলিছে ব্যাপক চৰ্চা। অনুৰাগীসকলেও অৱতাৰণা কৰিছে কেতবোৰ প্ৰশ্ন । কিন্তু কিয় ? প্ৰথমে চাওক এইটো পোষ্ট ...
এইটোৱে হৈছে দীপলিনা ডেকাৰ সেই বিশেষ পোষ্টটো। পোষ্টটোত দীপলিনাই লিখিছে - তোমাৰ হাতত হাত ধৰি আগুৱাম, ভালপোৱা এটি নাম ...। কিন্তু কাৰ সৈতে হাতত হাত ধৰি আগুৱাব বিচাৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে ? কাৰ সৈতে আঙুলিত আঙুলি থৈ দেখিছে সপোন ? তাকে লৈ অনুৰাগীসকলৰ বাঢ়িছে উৎকণ্ঠা, জানিবলৈ বিচাৰিছে প্ৰিয় অভিনেত্ৰীগৰাকীৰ প্ৰিয় মানুহজনৰ নাম ...
Published by: Kokil Sarma
FIRST PUBLISHED : February 23, 2023, 22:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।