• Home
  • »
  • News
  • »
  • entertainment
  • »
  • ক্ৰিকেটাৰৰ ৰূপত দীপলিনা! পথাৰত হাতত বেট লৈ '৪' কোবালে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে

ক্ৰিকেটাৰৰ ৰূপত দীপলিনা! পথাৰত হাতত বেট লৈ '৪' কোবালে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে

শেহতীয়াকৈ কণ্ঠশিল্পীগৰাকীৰ ক্ৰিকেট খেলা  ভিডিও ছচিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে ।ভিডিওটো শ্বেয়াৰ কৰাৰ লগে লগেই চৰ্চা চলিছে সৰ্বত্ৰে।

  • Share this:
দীপলিনা ডেকা !  নামেই যাৰ পৰিচয়। যাৰ নাম শুনিলেই ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা। কণ্ঠশিল্পী তথা অভিনেত্ৰীগৰাকীয়ে বিভিন্ন সময়ত নিজৰ ছচিয়েল মিডিয়াৰ একাউন্টত শ্বেয়াৰ কৰি আহিছে আকৰ্ষণীয় ফটো বা ভিডিও। যি মুহুৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে ।যুৱ প্ৰজন্মৰ মাজত যথেষ্ঠ জনপ্ৰিয় দীপলিনা।

শেহতীয়াকৈ কণ্ঠশিল্পীগৰাকীৰ ক্ৰিকেট খেলা  ভিডিও ছচিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে ।ভিডিওটো শ্বেয়াৰ কৰাৰ লগে লগেই চৰ্চা চলিছে সৰ্বত্ৰে।

দীপলিনা ডেকাই  ভিডিওটি শ্বেয়ৰ কৰি লিখিছেঃ ‘Playing the game of life with sportsman spirit’ 

প্ৰত্যকটো সময়ত জীৱটো উপভোগ কৰিব বিচাৰে দীপলিনাই। বৰ্তমান দীপলিনা ব্যস্ত তেওঁৰ আহিবলগীয়া নতুন গানৰ শ্বুটিংত। অনুৰাগী সকলে বাট চাই আছে  দীপলিনাৰ সংগীত-অভিনয় জগতৰ নতুন নতুন উপহাৰৰ বাবে।
First published:

শেহতীয়া বাতৰি