• Home
  • »
  • News
  • »
  • entertainment
  • »
  • জন্মদিনৰ দিনা স্বামী ভাস্কৰে কেনেদৰে বিশেষ অনুভৱ কৰালে বৰষা ৰাণী বিষয়াক?

জন্মদিনৰ দিনা স্বামী ভাস্কৰে কেনেদৰে বিশেষ অনুভৱ কৰালে বৰষা ৰাণী বিষয়াক?

ওপজা দিনৰ দিনাই  নিশা বৰষাৰ লগত কেক কাটি জন্মদিন উদযাপন কৰিলে স্বামী ভাস্কৰে।

ওপজা দিনৰ দিনাই  নিশা বৰষাৰ লগত কেক কাটি জন্মদিন উদযাপন কৰিলে স্বামী ভাস্কৰে।

ওপজা দিনৰ দিনাই  নিশা বৰষাৰ লগত কেক কাটি জন্মদিন উদযাপন কৰিলে স্বামী ভাস্কৰে।

  • Share this:
অসমীয়া ছবিজগতৰ এগৰাকী  জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া। তেওঁ এগৰাকী সুদক্ষ বিহু নৃত্যশিল্পী। বহুতো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰাৰ লগতে অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰটো অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বৰষা ৰাণী বিষয়াই।

ওপজা দিনৰ দিনাই  নিশা বৰষাৰ লগত কেক কাটি জন্মদিন উদযাপন কৰিলে স্বামী ভাস্কৰে। কেক কটাৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগে লগে অজস্ৰজনে বৰষাক জন্মদিনৰ শুভেচ্ছা দিয়ে।

ভাস্কৰে ছ’চিয়েল মিডিয়াত জন্মদিন উদযাপনৰ ফটো দি লিখিছে যে – Happy Birthday to my pride!! I feel so proud and enthralled to be yours❤️ Thank you for holding my hand with love and care. The way you have carved my life and loved me selflessly is worth celebrating every single moment.
May lord give me enough strength to fulfill all your dreams, wishes and ambition. Happy Birthday princess ❤️ love you to the moon and back

ইয়াৰ পিছতে ভাস্কৰৰ পোষ্টত কমেন্ট দি বৰষাই লিখিছে –Awwwwww Thankyou so much dear . You literally make me feel like a princess from some fairy tale . Your selfless love has added much much more meaning to my life . I wonder how was I living so many years without you . You are my wings . Love you forever ❤️





বৰষা–ভাস্কৰৰ এই কমেন্টৰ পিছতে অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা।
First published: