உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • Sukapha Award for Zubeen Garg| জুবিন গাৰ্গলৈ ২০২১ বৰ্ষৰ চ্যুকাফা বঁটা, অনুৰাগীৰ শুভেচ্ছা প্ৰিয় শিল্পীলৈ

    Sukapha Award for Zubeen Garg| জুবিন গাৰ্গলৈ ২০২১ বৰ্ষৰ চ্যুকাফা বঁটা, অনুৰাগীৰ শুভেচ্ছা প্ৰিয় শিল্পীলৈ

    জুবিন গাৰ্গ হ’ব প্ৰথমগৰাকী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰা চ্যুকাফা বঁটা প্ৰাপক।

    জুবিন গাৰ্গ হ’ব প্ৰথমগৰাকী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰা চ্যুকাফা বঁটা প্ৰাপক।

    জুবিন গাৰ্গ হ’ব প্ৰথমগৰাকী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰা চ্যুকাফা বঁটা প্ৰাপক।

    • Share this:
    কণ্ঠশিল্পী জুবিন গাৰ্গলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ চ্যুকাফা বঁটা ৷ সোণাৰিৰ চ্যুকাফা দিৱসৰ অনুষ্ঠানত এই ঘোষণা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰথমবাৰৰ বাবে প্ৰদান কৰিব এই বঁটা।

    জুবিন গাৰ্গ হ’ব প্ৰথমগৰাকী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰা চ্যুকাফা বঁটা প্ৰাপক। যুৱ ছাত্ৰ পৰিষদে গুৱাহাটীত প্ৰদান কৰিব এই বঁটা। সোণাৰিত অনুষ্ঠিত কেন্দ্ৰীয় চ্যুকাফা দিৱসৰ সাংস্কৃতিক সন্ধিয়াত এইকথা ঘোষণা কৰিলে সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে।
    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    First published: