মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Holi 2023: জনপ্ৰিয় কণ্ঠশিল্পী পাপনেও উদযাপন কৰিলে হোলী ! পৰিয়ালৰ সৈতে একেলগে ৰং খেলিলে পাপনে ...

Holi 2023: জনপ্ৰিয় কণ্ঠশিল্পী পাপনেও উদযাপন কৰিলে হোলী ! পৰিয়ালৰ সৈতে একেলগে ৰং খেলিলে পাপনে ...

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পাপন অংগৰাগ মহন্তই আজি পৰিয়াল আৰু আত্মীয়সকলৰ সৈতে খেলিলে হোলী। লগতে কণ্ঠশিল্পীগৰাকীয়ে সকলোকে জনালে ফাকুৱাৰ শুভেচ্ছা। 

  • Share this:
চৌদিশে এতিয়া হোলীৰ আনন্দ। ৰাজ্যৰ লগতে দেশৰ প্ৰান্তে প্ৰান্তে সকলোৱে খেলিছে ৰং। আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে চৌদিশ। এনে সময়ত শিল্পী, অভিনেতা-অভিনেত্ৰীসকলেও এই উৎসৱৰ আনন্দ লোৱা দেখা গৈছে।

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পাপন অংগৰাগ মহন্তই আজি পৰিয়াল আৰু আত্মীয়সকলৰ সৈতে খেলিলে হোলী। লগতে কণ্ঠশিল্পীগৰাকীয়ে সকলোকে জনালে ফাকুৱাৰ শুভেচ্ছা।

নিজৰ পত্নী আৰু পৰিয়ালৰ সৈতে ফটো উঠি পাপনে শ্বেয়াৰ কৰিলে ছচিয়েল মিডিয়াত।

শেহতীয়া বাতৰি