মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »আজি জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ আৰু মিনাক্ষীৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান ! আচুৰ্য–মিনাক্ষীক শুভেচ্ছা জনালে বহু জনপ্ৰিয় ব্যক্তি আৰু অগণন গুণমুগ্ধই ...

আজি জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ আৰু মিনাক্ষীৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান ! আচুৰ্য–মিনাক্ষীক শুভেচ্ছা জনালে বহু জনপ্ৰিয় ব্যক্তি আৰু অগণন গুণমুগ্ধই ...

আজি ২ মাৰ্চত অনুষ্ঠিত হয় আচুৰ্য-মিনাক্ষীৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান। অভ্যৰ্থনাৰ দিনাও আচুৰ্য–মিনাক্ষীক শুভেচ্ছা দিবলৈ আহিল বহুকেইজন জনপ্ৰিয় ব্যক্তিৰ লগতে অগণন গুণমুগ্ধ।

  • Share this:
২৭ ফেব্ৰুৱাৰীত যুগ্ম জীৱনৰ পাতনি মেলিছিল কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই।১৫ বছৰীয়া প্ৰেমৰ অন্তত হোমৰ অগ্নিক সাক্ষী কৰি বিবাহ পাশত আৱদ্ধ হয় জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ। ৰামচন্দ্ৰ হৈ দেৰগাঁৱৰ মিনাক্ষী বৰঠাকুৰৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।

আজি ২ মাৰ্চত অনুষ্ঠিত হয় আচুৰ্য-মিনাক্ষীৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান। অভ্যৰ্থনাৰ দিনাও আচুৰ্য–মিনাক্ষীক আশীৰ্বাদ দিবলৈ আহিল বহুকেইজন জনপ্ৰিয় শিল্পী, ৰাজনৈতিক তথা বিভিন্ন দল–সংগঠনৰ নেতাৰ লগতে অগণন গুণমুগ্ধ।

শেহতীয়া বাতৰি