মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Amitabh Bachchan: ইয়াকে কয় ছুপাৰষ্টাৰ, ৭৯ বছৰীয়া বৃদ্ধ অমিতাভৰ 'কিক' দেখি কঁপিল বলীউড, ছ'চিয়েল মিডিয়াত ভাইৰেল

Amitabh Bachchan: ইয়াকে কয় ছুপাৰষ্টাৰ, ৭৯ বছৰীয়া বৃদ্ধ অমিতাভৰ 'কিক' দেখি কঁপিল বলীউড, ছ'চিয়েল মিডিয়াত ভাইৰেল

'বয়স হৈছে ভাই চাহাব, কিন্তু লাট এতিয়াও চলি আছে।'

'বয়স হৈছে ভাই চাহাব, কিন্তু লাট এতিয়াও চলি আছে।'

'বয়স হৈছে ভাই চাহাব, কিন্তু লাট এতিয়াও চলি আছে।'

  • Share this:

,ছুপাৰষ্টাৰ অমিতাভ বচ্চন (Amitabh Bachchan)। বলীউডত এতিয়ালৈ এক বিশেষ পৰিচিতি লাভ কৰি থকা এইগৰাকী অভিনেতাৰ এতিয়া বয়স বাঢ়ি আহিছে। বয়স বাঢ়িলেও তেওঁৰ সামৰ্থ্যক লৈ কাৰোৱে সন্দেহ নাই। কিন্তু শৰীৰৰ শক্তিক লৈ আছে। কিন্তু তেওঁ মৰা কিকে এইক্ষেত্ৰতো অনুৰাগীৰ সন্দেহ নিৰসন কৰিলে।


ছ'চিয়েল মিডিয়াত অত্যন্ত সক্ৰিয় বিগ বি-য়ে তেওঁৰ নতুন আৰু পুৰণি দিনবোৰৰ স্মৃতি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ মাজতে এখন ফটো শ্বেয়াৰ কৰে, য'ত দেখা গৈছে মূৰৰ ওপৰলৈ তেওঁ ভৰি দাঙিবলৈ সক্ষম। ফটোখনৰ লগতে ধেমেলীয়াকৈ লিখিছে– 'বয়স হৈছে ভাই চাহাব, কিন্তু লাট এতিয়াও চলি আছে।'


অমিতাভৰ ফটো দেখি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত আনকি বলীউডৰ তাৰকাসকলেও নিজকে বাধা দিব নোৱাৰিলে। বলীউডৰ তাৰকাসকলে অমিতাভৰ ৭৯ বছৰৰ এই কিক প্ৰদৰ্শনত অনুৰাগীসকলৰ সৈতে যথেষ্ট আনন্দ পায়।



কাৰ্তিক আৰ্যনে এই পোষ্টটো ভাল পোৱাৰ লগতে মনীষ পালে জুইৰ ইমোজি শ্বেয়াৰ কৰে। ৰোহিত ৰয় ইমানেই প্ৰভাৱিত হৈছিল যে তেওঁ লিখিছিল 'অমিতজী, ভগৱান কৰে উমৰ আৰু লাট বাছ য়ুহি চলতি ৰহে'। এজন অনুৰাগীয়ে লিখিছিল– 'বয়স মাত্ৰ এটা সংখ্যা'। অমিতাভৰ জনপ্ৰিয়তা এই কথাৰ পৰা অনুমান কৰিব পাৰি যে মাত্ৰ ৪ ঘণ্টাত প্ৰায় ৩.৫ লাখ লোকে পোষ্টটো লাইক কৰিছে।

শেহতীয়া বাতৰি