உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • Pushpa 2: পুষ্পা ২ৰ বাবে আল্লু অৰ্জুনৰ মাচুল কিমান? শুনিলে আপোনাৰ নালাগে চক খাব বলীউডৰ বহু ছুপাৰষ্টাৰো

    Pushpa 2: পুষ্পা ২ৰ বাবে আল্লু অৰ্জুনৰ মাচুল কিমান? শুনিলে আপোনাৰ নালাগে চক খাব বলীউডৰ বহু ছুপাৰষ্টাৰো

    চলচ্চিত্ৰখনৰ প্ৰথম অংশৰ বাজেট আছিল ২০০ কোটি, এতিয়া পুষ্পা ২ চলচ্চিত্ৰখনৰ বাজেট ৪০০ কোটি বুলি কোৱা হৈছে।

    চলচ্চিত্ৰখনৰ প্ৰথম অংশৰ বাজেট আছিল ২০০ কোটি, এতিয়া পুষ্পা ২ চলচ্চিত্ৰখনৰ বাজেট ৪০০ কোটি বুলি কোৱা হৈছে।

    চলচ্চিত্ৰখনৰ প্ৰথম অংশৰ বাজেট আছিল ২০০ কোটি, এতিয়া পুষ্পা ২ চলচ্চিত্ৰখনৰ বাজেট ৪০০ কোটি বুলি কোৱা হৈছে।

    • Share this:
    পুষ্পা কি ক'ব নালাগে, ভাৰতজুৰি খলকনি তোলাই নহয় ইয়াৰ আংশিক চৰিত্ৰায়নো কৰিছে জনতাৰ লগতে বহু বিখ্যাত চেলিব্ৰিটিয়ে। এতিয়া আহি আছে পুষ্পা–২। পুষ্পাৰ বৃহৎ সফলতাৰ পিছত এতিয়া পুষ্পা–২ৰ শ্বুটিং সোনকালেই আৰম্ভ হ'ব। ছবিখন ২০২৩ চনত মুক্তি পাব বুলি আশা কৰা হৈছে। কিন্তু চলচ্চিত্ৰখনৰ বাবে আল্লু অৰ্জুনৰ মাচুল কিমান জানেনে?

    বাতৰিৰ বিশেষ শিৰোনাম দখল কৰিছে আল্লু অৰ্জুনৰ মাচুলৰ সংখ্যাই। পুষ্পা চলচ্চিত্ৰৰ সফলতাৰ পিছত পুষ্পা–২ক লৈ উন্মাদনা আছে মানুহৰ মাজত। সেয়ে ধৰি লোৱা হৈছে যে ইও নিশ্চিত ৰূপত হিট হ'ব।

    চলচ্চিত্ৰখনৰ প্ৰথম অংশৰ বাজেট আছিল ২০০ কোটি, এতিয়া পুষ্পা ২ (Pushpa 2) চলচ্চিত্ৰখনৰ বাজেট ৪০০ কোটি বুলি কোৱা হৈছে। সূত্ৰ মতে, ছবিখন আগৰ তুলনাত অধিক লোকক আকৰ্ষিত কৰিব পৰাকৈ নিৰ্মাণ কৰা হ'ব।

    আল্লু অৰ্জুনৰ (Superstar Allu Arjun) মাচুলৰ বিষয়ে ক'লে, যদি তথ্য উৎসটো বিশ্বাস কৰা হয়, তেন্তে আল্লু অৰ্জুনে তেওঁৰ পকেটত ১০০ কোটি টকা বিচাৰিছে। অৰ্থাৎ দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে পুষ্পা–২ৰ বাবে ১০০ কোটি টকা আদায় কৰিছে। এই মুহূৰ্তত সকলোৱে এই মাচুল শুনি আচৰিত হৈছে। যদি আল্লুৱে সঁচাকৈয়ে এই মাচুল লয়, ই এতিয়ালৈকে সৰ্বাধিক চাৰ্জিং মাচুলৰ ভিতৰত এটা হ'ব।
    Published by:Gautam Barman
    First published: