• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Sooryavanshi Box Office Prediction: বক্স অফিচত খলকনি সূৰ্যবংশীৰ! অক্ষয় কুমাৰৰ অভিনীত ছবিখনে প্ৰথম দিনাই অভিলেখসংখ্যক ব্যৱসায় কৰাৰ সম্ভাৱনা

Sooryavanshi Box Office Prediction: বক্স অফিচত খলকনি সূৰ্যবংশীৰ! অক্ষয় কুমাৰৰ অভিনীত ছবিখনে প্ৰথম দিনাই অভিলেখসংখ্যক ব্যৱসায় কৰাৰ সম্ভাৱনা

শুকুৰবাৰে মুক্তি লাভ কৰিলে অক্ষয় কুমাৰ অভিনীত সূৰ্যবংশী নামৰ বহুপ্ৰত্যাশিত ছবিখনে।

শুকুৰবাৰে মুক্তি লাভ কৰিলে অক্ষয় কুমাৰ অভিনীত সূৰ্যবংশী নামৰ বহুপ্ৰত্যাশিত ছবিখনে।

শুকুৰবাৰে মুক্তি লাভ কৰিলে অক্ষয় কুমাৰ অভিনীত সূৰ্যবংশী নামৰ বহুপ্ৰত্যাশিত ছবিখনে।

  • Share this:
দীৰ্ঘদিনৰ পিছত আকৌ খোল খালে ছবিগৃহৰ দুৱাৰ। ৫ নৱেম্বৰত চিত্ৰগৃহলৈ আহিল অক্ষয় কুমাৰ আৰু কেটৰীণা কেঈফ অভিনীত সূৰ্যবংশী নামৰ বহু প্ৰত্যাশিত ছবিখন।

ৰোহিত ছেট্টীৰ দ্বাৰা পৰিচালিত একছন পেক্ট সূৰ্যবংশীত বিশেষ ভূমিকাত অভিনয় কৰিছে অজয় দেৱগন আৰু ৰণবীৰ সিঙে।

সমগ্ৰ বিশ্বজুৰি প্ৰায় ৫২০০ স্ক্ৰীণত মুক্তি লাভ কৰিছে সূৰ্যবংশী। আৰ্লি ট্ৰেণ্ডছ অনুসৰি আজিৰ মুক্তিৰ দিনটোতে সূৰ্যবংশীয়ে ৩০ৰ পৰা ৩৫ কোটি টকা ব্যৱসায় কৰাৰ সম্ভাৱনা আছে।

মিডিয়া ৰিপৰ্টছ অনুসৰি ভাৰতত প্ৰায় ৪০০০ খন স্ক্ৰীণত মুক্তি লাভ কৰিছে সূৰ্যবংশী। এই ছবিখন ৰোহিত ছেট্টীৰ সিংহম চিৰিজৰ ছবি।
Published by:Himangshu Bhuyan
First published: