ক'লা ল'ৰাৰ মৃত্য়ুৰ পিছতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰাজকন্যা মিমছ ! 'ক'লা ল'ৰাক খুন্দা মৰা গাড়ীখন মই চলোৱা নাছিলো' এনেধৰণৰ মন্তব্যৰে শ্বেয়াৰ হৈছে ফেচবুক পোষ্ট।

![]()
যোৰহাটৰ অনিমেশ হত্যাকাণ্ডৰ (Jorhat Mob Lynching) মাষ্টাৰমাইণ্ড ক’লা ল’ৰা ওৰফে নীৰজ দাসৰ মৃত্যু হৈছে। মঙলবাৰে নিশা আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা কৰিছিল ক’লা ল’ৰাই। কিন্তু পিছফালে থকা আৰক্ষীৰ বাহনৰ খুন্দাত নিহত হয় ক’লা ল’ৰা। এই দুৰ্ঘটনাত আহত হয় আৰক্ষীৰ লোকো। তাৰ পিছতে দুৰ্ঘটনাত মৃত্যু হোৱা ক'লা ল'ৰাৰ বাতৰি চৌদিশে বিয়পি পৰিছিল। সমান্তৰালভৱে ছ'চিয়েল মিডিয়াত একাংশ লোকে এনেদৰেই এই দুৰ্ঘটনাৰ সৈতে মডেল ৰাজকন্যাৰ নাম সাঙুৰি মিমছ শ্বেয়াৰ কৰিছে।
![]()
![]()
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|