মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Adhuna Bhabani: ফাৰহান-শিৱানীৰ বিয়াৰ পিছত অভিনেতাৰ প্ৰাক্তন পত্নীয়ে দিলে ৱাৰ্নিং, ভীষণ চৰ্চাত ইনষ্টাগ্ৰাম পোষ্ট

Adhuna Bhabani: ফাৰহান-শিৱানীৰ বিয়াৰ পিছত অভিনেতাৰ প্ৰাক্তন পত্নীয়ে দিলে ৱাৰ্নিং, ভীষণ চৰ্চাত ইনষ্টাগ্ৰাম পোষ্ট

প্ৰীতি জিণ্টা আৰু মনীষা কৈৰালায়ো অধুনাৰ পোষ্টটোক লৈ নিজৰ মত প্ৰকাশ কৰিছে।

প্ৰীতি জিণ্টা আৰু মনীষা কৈৰালায়ো অধুনাৰ পোষ্টটোক লৈ নিজৰ মত প্ৰকাশ কৰিছে।

প্ৰীতি জিণ্টা আৰু মনীষা কৈৰালায়ো অধুনাৰ পোষ্টটোক লৈ নিজৰ মত প্ৰকাশ কৰিছে।

  • Share this:
বলীউডৰ অভিনেতা ফাৰহান আখটাৰ আৰু শিবানী দাণ্ডেকাৰ বিবাহপাশত আবদ্ধ হোৱাৰ খবৰ কেইদিনমান পূৰ্বলৈ লাইমলাইটত আছিল। ১৯ ফেব্ৰুৱাৰীত খ্ৰীষ্টান ৰীতি-নীতিৰ দ্বাৰা বিবাহপাশত আবদ্ধ হৈছিল (Farhan Akhtar-Shibani Dandekar’s wedding)। দুয়োৰে বিবাহৰ ফটো সামাজিক মাধ্যমত এতিয়াও ভাইৰেল হৈ আছে। ইয়াৰ মাজতে ফাৰহানৰ প্ৰাক্তন পত্নী অধুনা ভাবানীৰ এটা ইনষ্টাগ্ৰাম পোষ্টো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই পোষ্টটোত অধুনাক যথেষ্ট খং কৰা দেখা গৈছে।

পোষ্টটোত কি আছে?
দৰাচলতে, ফাৰহান আৰু শিবানীৰ বিয়াৰ মাজত অধুনাক যথেষ্ট ট্ৰ'ল কৰা হৈছে আৰু এইটো তেওঁৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে (Adhuna Bhabani warns to block trolls)। এয়া স্বাভাৱিকো। অধুনাই পোষ্টটোত লিখিছে- "যদি আপোনাৰ ক'বলৈ একো ইতিবাচক কথা নাই, মই আপোনাক ব্লক কৰিম।" প্ৰীতি জিণ্টা আৰু মনীষা কৈৰালায়ো (Manisha Koirala) অধুনাৰ পোষ্টটোক লৈ নিজৰ মত প্ৰকাশ কৰিছে।









View this post on Instagram






A post shared by Adhuna (@iadhuna)





উল্লেখ্য, শিবানী দাণ্ডেকাৰ ফাৰহানৰ দ্বিতীয় পত্নী। ইয়াৰ আগতে ফাৰহান অধুনা ভাবানীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। অধুনা আৰু ফাৰহানে ২০১৭ চনত পাৰস্পৰিক সন্মতিৰ দ্বাৰা বিবাহ বিচ্ছেদ কৰিছিল। তেওঁলোক দুগৰাকী কন্যাৰ পিতৃ-মাতৃ। কিন্তু ফাৰহানৰ দ্বিতীয় বিবাহৰ সময়ত অধুনাৰ কথাটোও চৰ্চালৈ আহে। তীব্ৰ চৰ্চাৰ বাবে তেওঁ স্বাভাৱিকতে মনোকষ্ট পোৱাত এই পোষ্ট শ্বেয়াৰ কৰে।

শেহতীয়া বাতৰি