মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »গুৱাহাটীত ফিল্ম ফেয়াৰ অনুষ্ঠানত থাকিব আইমী বৰুৱা আৰু গায়ত্ৰী মহন্তৰ নৃত্য অনুষ্ঠান

গুৱাহাটীত ফিল্ম ফেয়াৰ অনুষ্ঠানত থাকিব আইমী বৰুৱা আৰু গায়ত্ৰী মহন্তৰ নৃত্য অনুষ্ঠান

অহা ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব বলীউডৰ মেগা এৱাৰ্ড শ্ব’ ফিল্মফেয়াৰ।

অহা ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব বলীউডৰ মেগা এৱাৰ্ড শ্ব’ ফিল্মফেয়াৰ।

অহা ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব বলীউডৰ মেগা এৱাৰ্ড শ্ব’ ফিল্মফেয়াৰ।

  • Share this:
অহা ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব বলীউডৰ মেগা এৱাৰ্ড শ্ব’ ফিল্মফেয়াৰ। ৰাজ্যৰ পৰ্যটন বিভাগে পৰ্যটনৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে কোটি কোটি টকা খৰছ কৰি অনুষ্ঠিত কৰা ফিল্মফেয়াৰত এতিয়া উপস্থিত নাথাকে বলীউডৰ বহু ৰথী–মহাৰথী। নাথাকে তিনি খান, বিগ বিৰ লগতে অন্যান্য বহু তাৰকা।

আজি এখন সংবাদমেল সম্বোধন কৰি অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই ফিল্মফেয়াৰ এৱাৰ্ডৰ সবিশেষ দাঙি ধৰে। অসমৰ প্ৰায় ১৫০ জন শিল্পীয়ে অংশগ্ৰহণ কৰিব ফিল্মফেয়াৰ এৱাৰ্ডত।  প্ৰদৰ্শন কৰা হ’ব বিহু, সত্ৰীয়া, জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন। নৃত্যত ভাগ ল’ব অসমৰ অভিনেত্ৰী  আইমী বৰুৱা,গায়ত্ৰী মহন্তই। উপস্থিত থাকিব জুবিন গাৰ্গ, আদিল হুছেইন আৰু সীমা বিশ্বাস।

শেহতীয়া বাতৰি