মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »নাচি থকাৰ মাজতে কি ভুল কৰিলে দ্বীপলিনাই? ছচিয়েল মিডিয়াত ভাইৰেল দ্বীপলিনা আৰু চুমিৰ এই আকৰ্ষণীয় Video

নাচি থকাৰ মাজতে কি ভুল কৰিলে দ্বীপলিনাই? ছচিয়েল মিডিয়াত ভাইৰেল দ্বীপলিনা আৰু চুমিৰ এই আকৰ্ষণীয় Video

শেহতীয়াকৈ সোণমইনা বাখৰ নামৰ এটা নতুন গীতত কণ্ঠদান কৰিছে অভিনেত্ৰী তথা কণ্ঠশিল্পী দ্বীপলিনা ডেকাই। শীঘ্ৰে আহিব দৰ্শকৰ মাজলৈ।

  • Share this:
দ্বীপলিনা ডেকা! জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পীগৰাকীৰ আছে হাজাৰ হাজাৰ অনুৰাগী। শেহতীয়াকৈ দ্বীপলিনা ডেকাৰ এটা বিশেষ ভিডিও ব্যাপক ভাবে চৰ্চিত হৈছে ছচিয়েল মিডিয়াত। বহুতে গীতটোত প্ৰস্তুত কৰিছে ৰীল ভিডিও।

ছচিয়েল মিডিয়াত প্ৰায়ে সক্ৰিয় দ্বীপলিনা। অভিনেত্ৰী তথা কণ্ঠশিল্পীগৰাকীয়ে বিভিন্ন সময়ত নিজৰ ইনষ্টাগ্ৰাম চাইটত শ্বেয়াৰ কৰে আকৰ্ষণীয় ফটো বা ভিডিও। শেহতীয়াকৈ নৃত্যশিল্পী চুমিৰ সৈতে দ্বীপলিনাক সোণমইনা বাখৰ শীৰ্ষক এটি গীতত নৃত্য কৰা দেখিবলৈ পোৱা গ'ল। ইনষ্টাগ্ৰামত আপলোড কৰা ভিডিওটোৰ কেপশ্যনত দ্বীপলিনাই লিখে- ''উফ। কিবাকে মনত ৰাখি নাছিলো দিয়ক, তথাপিও দুটা ভুল, ignore মাৰিব দেই?''

জানিব পৰা মতে, বৰ্তমান মুক্তিৰ অপেক্ষাত আছে দ্বীপলিনাৰ কণ্ঠত সোণমইনা বাখৰ শীৰ্ষক গীতটো।মুক্তিৰ পূৰ্বেই ছচিয়েল মিডিয়াত চৰ্চা চলিছে গীতটোকলৈ।

শেহতীয়া বাতৰি