মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Achurjya Borpatra Wedding : ১৫ বছৰীয়া প্ৰেমৰ অন্তত বিবাহপাশত আবদ্ধ হ’ল আচুৰ্য–মীনাক্ষি, আচুৰ্যৰ বিয়াত বৰযাত্ৰীৰ গাড়ীৰ দীঘলীয়া শাৰী, কিমান লোক গৈছিল বৰযাত্ৰী হৈ?

Achurjya Borpatra Wedding : ১৫ বছৰীয়া প্ৰেমৰ অন্তত বিবাহপাশত আবদ্ধ হ’ল আচুৰ্য–মীনাক্ষি, আচুৰ্যৰ বিয়াত বৰযাত্ৰীৰ গাড়ীৰ দীঘলীয়া শাৰী, কিমান লোক গৈছিল বৰযাত্ৰী হৈ?

২ মাৰ্চত অভ্যৰ্থনা, সৰুপথাৰৰ টেঙাহোলা ঘৰখনত উখল–মাখল পৰিৱেশ। ১৫০০০ লোকক আপ্যায়ন কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে বৃহৎ পেণ্ডেল।

  • Share this:
হোমৰ জুইক সাক্ষী কৰি ডেৰগাঁৱৰ মিনাক্ষীৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই (Achurjya Borpatra Wedding)। ১৫ বছৰীয়া প্ৰেমৰ অন্তত হোমৰ অগ্নিক সাক্ষী কৰি বিবাহ পাশত আৱদ্ধ হ’ল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। ৰামচন্দ্ৰ হৈ দেৰগাঁৱৰ মিনাক্ষী বৰঠাকুৰৰ পাণি গ্ৰহণ কৰিলে আচুৰ্যই।

আচুৰ্যৰ বিয়াত উপস্থিত থাকিল জুবিন গাৰ্গৰ (Zubeen Garg) পৰা আৰম্ভ কৰি অসমৰ বহু শিল্পী। দেৰগাঁৱৰ কইনাৰ ঘৰত আচুৰ্যৰ সাক্ষী হৈ গৈছিল জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ। প্ৰায় ২০০খন বাহনেৰে আচুৰ্যৰ বৰযাত্ৰীৰ হৈ গৈছিল প্ৰায় ১ সহস্ৰাধিক লোক।

২ মাৰ্চত অভ্যৰ্থনা, সৰুপথাৰৰ টেঙাহোলা ঘৰখনত উখল–মাখল পৰিৱেশ। ১৫০০০ লোকক আপ্যায়ন কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে বৃহৎ পেণ্ডেল। অভ্যৰ্থনা দিনাও আচুৰ্য–মিনাক্ষীক আশীৰ্বাদ দিবলৈ আহিব বহুকেইজন জনপ্ৰিয় শিল্পী, ৰাজনৈতিক তথা বিভিন্ন দল–সংগঠনৰ নেতাৰ লগতে অগণন গুণমুগ্ধই।

শেহতীয়া বাতৰি