আজি গুৱাহাটীত ফিল্মফেয়াৰ এৱাৰ্ডছ। মায়ানগৰীলৈ পৰিণত গুৱাহাটী মহানগৰী। বলীউডৰ তাৰকা-মহাতাৰকাই ভৰি পৰিছে গুৱাহাটী। ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে
অক্ষয় কুমাৰ, মাধুৰী দীক্ষিত কৰণ জোহাৰ, বৰুণ ধাৱান, ৰণবীৰ সিঙকে ধৰি ৭জন তাৰকা। আজিও আহিব কেইগৰাকী মান অভিনেতা–অভিনেত্ৰী।
আজি অনুষ্ঠিত হ’বলগীয়া ফিল্মফেয়াৰ আঁত ধৰিব কৰণ জোহৰ, বিকি কৌশলে।
অনুষ্ঠানৰ কৰিঅ’গ্ৰাফ কৰিছে মাষ্টাৰ মৰ্জিয়ে। অসমৰ ডেৰশ শিল্পীয়ে অংশগ্ৰহণ কৰিব অনুষ্ঠানত। জুবিন গাৰ্গ, আদিল হুছেইন, সীমা বিশ্বাসেও ল’ব অংশ। আইমী বৰুৱা, গায়ত্ৰী মহন্তই পৰিৱেশন কৰিব অনুষ্ঠান। বিহু, সত্ৰীয়া, জনগোষ্ঠীয় নৃত্য পৰিবেশন কৰিব অসমৰ শিল্পীয়ে। ফিল্মফেয়াৰৰ বাবে ৩০ কোটি টকা খৰচ কৰিছে অসম চৰকাৰে।
কোনে লাভ কৰিব বঁটাশ্ৰেষ্ঠ চলচিত্ৰৰ নমিমেচন
চিচোৰে
গালি বয়
মিছন মংগল
উৰিঃ দ্য ছাৰ্জিকেল ষ্ট্ৰাইক
ৱাৰ
সমালোচকৰ দৃষ্টি শ্ৰেষ্ঠ চলচিত্ৰৰ নমিমেচন
আৰটিকল–15
মৰ্দ কো দৰ্দ নেহী হোতা
ফটোগ্ৰাফ
সৌনছিড়িয়া
দ্য স্কাই ইজ পিংক
শ্ৰেষ্ঠ অভিনেতাৰ নমিনেচন
অক্ষয় কুমাৰ (কেশৰী)
আয়ুষ্মান খুৰানা (বালা)
ঋত্বিক ৰৌশন (ছুপাৰ থাৰ্টী)
ৰণবীৰ সিং (গালী বয়)
ছাহিদ কাপুৰ (কবীৰ সিং)
বিকি কৌশল (উৰিঃ দ্য ছাৰ্জিকেল ষ্ট্ৰাইক)
শ্ৰেষ্ঠ অভিনেত্ৰীৰ নমিমেচন
আলিয়া ভাট (গালী বয়)
কংগনা ৰাণাৱাট (মণিকৰ্ণিকা)
কৰিণা কাপুৰ (গুড নিউজ)
প্ৰিয়ংকা চোপ্ৰা (দ্য স্কাই ইজ পিংক)
ৰাণী মুখাৰ্জী (মৰ্দানী)
বিদ্যা বালান (মিছন মংগল)
সমালোচকৰ দৃষ্টিত শ্ৰেষ্ঠ অভিনেতাৰ নমিনেচন
অক্ষয় খান্না (চেক্সন ৩৭৫)
আয়ুষ্মান খুৰানা (আৰটিকল–15)
নৱাজউদ্দিন ছিদ্দিকী (ফটোগ্ৰাফ)
ৰাজকুমাৰ ৰাও (জাজমেণ্টেল হ্যে ক্যা)
সমালোচকৰ দৃষ্টিত শ্ৰেষ্ঠ অভিনেত্ৰীৰ নমিনেচন
ভূমি পডনেকাৰ (ছোনচিড়িয়া)
ভূমি পডনেকাৰ (ছাঁধ কী আঁখ)
কংগনা ৰাণাৱাট (জাজমেণ্টেল হ্যে ক্যা)
ৰাধিকা মদন (মৰ্দ কো দৰেদ মেহী হোতা)
ছান্যা মালহোত্ৰা (ফটোগ্ৰাফ)
তাপসী পন্নু (ছাঁধ কী আঁখ)
শ্ৰেষ্ঠ পৰিচালকৰ নমিমেচন
আদিত্য ধৰ (উৰিঃ দ্য ছাৰ্জিকেল ষ্ট্ৰাইক)
জগন শক্তি (মিছন মংগল)
নীতেশ তিৱাৰী (চিচোৰে)
সিদ্ধাৰ্থ আনন্দ (ৱাৰ)
জোয়া আখতাৰ (গোলী বয়)
শ্ৰেষ্ঠ সহ অভিনেতাৰ নমিনেচন
দীলজিৎ (গুড নিউজ)
গুলচন দেবায়াহ (মৰ্দ কো দৰেদ মেহী হোতা)
মনোজ পাহৱা (Article- 15)
ৰণবীৰ শৰে (সৌনছিড়িয়া)
সিদ্ধান্ত চতুৰ্বেদীয়ে (গোলী বয়)
বিজয় বৰ্মা (গোলী বয়)
শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ নমিনেচন
অমৃতা সিং (বদলা)
অমৰোতা সোভাষ (গোলী বয়)
কামিনী কৌশল (কবীৰ সিং)
মাধুৰী দীক্ষিত (কলংক)
সীমা পাহৱা (বালা)
জাইৰা ৱাছিম (দ্য স্কাই ইজ পিংক)
শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ নমিনেচন
অৰিজিত সিং (কলংক)
অৰিজিত সিং (কেশৰী)
নাকাছ আজিজ (ভাৰত)
বি প্ৰাক (কেশৰী)
ছাকেট টেণ্ডন (কবীৰ সিং)
শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ নমিনেচন
শ্ৰেয়া ঘোষাল( কবীৰ সিং)
শ্ৰেয়া ঘোষাল আৰু বৈশালী মাড়ে (কলংক)
মেহা ভাছিন (ভাৰত)
পৰম্পৰা ঠাকুৰ (কবীৰ সিং)
শিল্পা ৰাও (ৱাৰ)
সোনা মহাপাত্ৰ আৰু জ্যোতিকা টাংৰী (ছাঁধ কী আঁখ)
Published by: Himangshu Bhuyan
FIRST PUBLISHED : February 15, 2020, 11:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।