• Home
  • »
  • News
  • »
  • crime
  • »
  • Youth Held With Pistol : মুখ্যমন্ত্ৰীক গুলীয়াবলৈ অচিনাক্ত লোকে গুলী আৰু পিষ্টল দিয়া যুৱকজনক আটক, ভাইৰেল ভিডিঅ'ৰ আঁৰত কি ?

Youth Held With Pistol : মুখ্যমন্ত্ৰীক গুলীয়াবলৈ অচিনাক্ত লোকে গুলী আৰু পিষ্টল দিয়া যুৱকজনক আটক, ভাইৰেল ভিডিঅ'ৰ আঁৰত কি ?

Youth Held With Pistol : যুৱকজনৰ পৰা এটা পইণ্ট টু টু পিষ্টল (.22 Pistol) আৰু তিনিটা গুলী উদ্ধাৰ কৰিছে আৰক্ষীয়ে। খটখটীৰ এখন হোটেলৰ পৰা আৰক্ষীয়ে আটক কৰে যুৱকজনক ৷

  • Share this:
এটা ভাইৰেল ভিডিঅ' (Viral Video)ৰ পম খেদি মুখ্যমন্ত্ৰীক গুলীয়াবলৈ অচিনাক্ত লোকে গুলী আৰু পিষ্টল দিয়া এজন যুৱকক কাৰ্বিআংলঙৰ খটখটীত আটক কৰিছে আৰক্ষীয়ে ৷

যুৱকজনৰ পৰা এটা পইণ্ট টু টু পিষ্টল (.22 Pistol) আৰু তিনিটা গুলী (Bullets) উদ্ধাৰ কৰিছে আৰক্ষীয়ে। খটখটীৰ এখন হোটেলৰ পৰা আৰক্ষীয়ে আটক কৰে যুৱকজনক ৷

এটা ভিডিঅ'ত যুৱকজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Cm Himanta Biswa Sarma)ক গুলীয়াবলৈ অচিনাক্ত লোকে তেওঁক  পিস্তল গুলী দি তেওঁৰ পৰা কেইবা লাখ টকা আৰু সকলো নথি-পত্ৰ লৈ যোৱা বুলি দাবী কৰিছিল। যুৱকজনে ডিমাপুৰ (Dimapur)লৈ দোকানৰ কাপোৰ কিনিবলৈ যাওতে এই ঘটনা হোৱা বুলি কৈ সহায় বিচাৰিছিল। অৱশেষত আৰক্ষীয়ে আটক কৰিছে যুৱকজনক। লখিমপুৰ (Lakhimpur)ৰ যুৱকজনৰ নাম শৰৎ দাস ৷ ঘটনা সন্দৰ্ভত এতিয়াও সবিশেষ তথ্য অহা নাই।
Published by:Manjumoni Borah
First published: