உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • অসম-নাগালেণ্ড সীমান্তত অব্যাহত চোৰাং বেহা, ডিলাইত হাতীৰ দাঁতসহ আটক দুই যুৱক

    অসম-নাগালেণ্ড সীমান্তত অব্যাহত চোৰাং বেহা, ডিলাইত হাতীৰ দাঁতসহ আটক দুই যুৱক

    AS 02 AC 9883 নম্বৰৰ এখন বলেৰ’ পিকআপ গাড়ীত গোপনে কঢ়িয়াই আনিছিল হাতীৰ দাঁত।

    AS 02 AC 9883 নম্বৰৰ এখন বলেৰ’ পিকআপ গাড়ীত গোপনে কঢ়িয়াই আনিছিল হাতীৰ দাঁত।

    AS 02 AC 9883 নম্বৰৰ এখন বলেৰ’ পিকআপ গাড়ীত গোপনে কঢ়িয়াই আনিছিল হাতীৰ দাঁত।

    • Share this:

    কাৰবি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছ মাফিয়াৰ দৌৰাত্ম্যৰ সমান্তৰালকৈ অব্যাহত আছে  জীৱ-জন্তুৰ অংগৰ চোৰাং বেহা।


    ডিলাই থানাৰ অ'চি ফণীন্দ্ৰ ৰাভাৰ নেতৃত্বত চলা নাকা তালাচীত জব্দ কৰা হয় মূল্যৱান হাতীৰ দাঁত। হাতীৰ দাঁতসহ আটক কৰা হয় দুই যুৱক ক্ৰমে হোজাই জিলাৰ যমুনামুখৰ এৰা কপিলী গাঁৱৰ নদল কৰ্মকাৰৰ পুত্ৰ মিণ্টু কৰ্মকাৰ আৰু হোজাই জিলা যমুনামুখ বৰজৰি মাজগাঁও নিৱাসী চুলতান আহমেদৰ পুত্ৰ ছাহজাহান আহমেদক ৷


    AS 02 AC 9883 নম্বৰৰ এখন বলেৰ’ পিকআপ গাড়ীত গোপনে কঢ়িয়াই অনা অৱস্থাত এই দুজন লোকৰ জিম্মাৰ পৰা জব্দ কৰা হয় হাতীৰ দাঁত।

    Published by:Gautam Barman
    First published: