
নলবাৰীৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ অবাধ প্ৰচলন হোৱা দেখা গৈছে।
নলবাৰীৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ অবাধ প্ৰচলন হোৱা দেখা গৈছে।
নলবাৰীৰ সুৰাদিত মাৰাত্মক ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক৷ গোপন সূত্ৰৰ ভিত্তিত নলবাৰী আৰক্ষীয়ে আটক কৰে দুয়োজনকে৷ আটকাধীন দুই সৰবৰাহকাৰী ক্ৰমে বাটচৰৰ আব্দুল আলী (২৮) আৰু বৰ্ণীবাৰীৰ চফিকুল ইছলাম (২১)৷
ধৃত দুয়োজনৰ পৰা আৰক্ষীয়ে ২৪ টাকৈ হেৰোইন ভৰ্তি কন্টেনাৰ জব্দ কৰিছে৷ সম্প্ৰতি দুয়োগৰাকী সৰবৰাহকাৰীকে নলবাৰী আৰক্ষীয়ে জেৰা কৰি আছে৷ উল্লেখ্য, নলবাৰীৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ অবাধ প্ৰচলন হোৱা দেখা গৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|