• Home
  • »
  • News
  • »
  • crime
  • »
  • NALBARI : নলবাৰীত ২৪টাকৈ হেৰোইন ভৰ্তি কণ্টেনাৰসহ ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী

NALBARI : নলবাৰীত ২৪টাকৈ হেৰোইন ভৰ্তি কণ্টেনাৰসহ ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী

নলবাৰীৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ অবাধ প্ৰচলন হোৱা দেখা গৈছে।   

নলবাৰীৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ অবাধ প্ৰচলন হোৱা দেখা গৈছে।   

নলবাৰীৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ অবাধ প্ৰচলন হোৱা দেখা গৈছে।   

  • Share this:
নলবাৰীৰ সুৰাদিত মাৰাত্মক ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক৷ গোপন সূত্ৰৰ ভিত্তিত নলবাৰী আৰক্ষীয়ে আটক কৰে দুয়োজনকে৷ আটকাধীন দুই সৰবৰাহকাৰী ক্ৰমে বাটচৰৰ আব্দুল আলী (২৮) আৰু বৰ্ণীবাৰীৰ চফিকুল ইছলাম (২১)৷

ধৃত দুয়োজনৰ পৰা আৰক্ষীয়ে ২৪ টাকৈ হেৰোইন ভৰ্তি কন্টেনাৰ জব্দ কৰিছে৷ সম্প্ৰতি দুয়োগৰাকী সৰবৰাহকাৰীকে নলবাৰী আৰক্ষীয়ে জেৰা কৰি আছে৷ উল্লেখ্য, নলবাৰীৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ অবাধ প্ৰচলন হোৱা দেখা গৈছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি