Tweetটো ভাইৰেল হোৱাৰ পিছতে চকু পৰিছিল অসম আৰক্ষীৰ ৷ লগে লগে টুইট যোগে ADGP জি পি সিঙে মহানগৰ আৰক্ষীক তদন্তৰ নিদেৰ্শ দিছিল ৷ কিন্ত তদন্ত প্ৰক্ৰিয়া আগবঢ়াত পোহৰলৈ আহিছে চক্ৰটোৰ প্ৰবঞ্চনাৰ আঁৰৰ কাহিনী ৷

Twitterত বিগত কেইটামান দিন ধৰি চৰ্চিত হৈ আছিল এটা escort চাৰ্ভিচৰ বিজ্ঞাপন ৷এটা দুষ্টচক্ৰই যুৱতীৰ ফটো-ফোন নম্বৰ সহ টুইটাৰত আপলোড কৰিছিল সকলো তথ্য ৷
Tweetটো ভাইৰেল হোৱাৰ পিছতে চকু পৰিছিল অসম আৰক্ষীৰ ৷ লগে লগে টুইট যোগে ADGP জি পি সিঙে মহানগৰ আৰক্ষীক তদন্তৰ নিদেৰ্শ দিছিল ৷ কিন্ত তদন্ত প্ৰক্ৰিয়া আগবঢ়াত পোহৰলৈ আহিছে চক্ৰটোৰ প্ৰবঞ্চনাৰ আঁৰৰ কাহিনী ৷ লোভনীয় অফাৰে গ্ৰাহকক জালত পেলাই লুটি নিয়ে এই দুষ্ট চক্ৰটোৱে ৷ এই চক্ৰটো নিয়ন্ত্ৰণ হৈ আহিছে গুজৰাটৰ পৰা ৷ গুজৰাটৰ দুষ্ট চক্ৰটোৱে online দেহ ব্যৱসায়ৰ নামত চলাই আহিছিল প্ৰৱঞ্চনা ৷ইতিমধ্যে মহানগৰ ক্ৰাইম বাঞ্চে দুষ্ট চক্ৰটোৰ তথ্য লাভ কৰি আগবঢ়াই নিছে তদন্ত প্ৰক্ৰিয়া ৷ কিন্ত ইতিমধ্যে বহুজনে চক্ৰটোৰ জালত পৰি হেৰুৱাইছে ধন ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|