உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Meghdoot Bhawan Guwahati: গুৱাহাটীৰ মেঘদূত ভৱনত চাঞ্চল্যকৰ চুৰি কাণ্ড, ৫ম মহলালৈ চোৰৰ চাফাই অভিযান

    Meghdoot Bhawan Guwahati: গুৱাহাটীৰ মেঘদূত ভৱনত চাঞ্চল্যকৰ চুৰি কাণ্ড, ৫ম মহলালৈ চোৰৰ চাফাই অভিযান

    file image

    file image

    Meghdoot Bhawan Guwahati: পাণবজাৰ আৰক্ষীয়ে সোধা-পোছাৰ বাবে ১০ জন লোকক আটক কৰিছে।

    • Share this:
    গুৱাহাটীৰ পাণবজাৰত থকা ডাক বিভাগৰ মুখ্য কাৰ্যালয় মেঘদুত ভৱনত চাঞ্চল্যকৰ চুৰি কাণ্ড। নিশা ১২ বজাৰ পিছত সংঘটিত হৈছে এই চুৰিকাণ্ড। নিশা নিৰাপত্তাৰক্ষী থকাৰ পিছতো এই চুৰিকাণ্ড সংঘটিত হোৱাক লৈ সডষ্টি হৈছে চাঞ্চল্যৰ।

    ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী উপস্থিত হৈ তন্ন তন্নকৈ পৰীক্ষা কৰিছে সকলো দিশ।পাণবজাৰ আৰক্ষীয়ে সোধা-পোছাৰ বাবে ১০ জন লোকক আটক কৰিছে। মেঘদুত ভৱনৰ ৫ম মহলালৈ চোৰে চলালে চাফাই অভিযান।
    Published by:Manjumoni Borah
    First published: