Meghdoot Bhawan Guwahati: পাণবজাৰ আৰক্ষীয়ে সোধা-পোছাৰ বাবে ১০ জন লোকক আটক কৰিছে।
গুৱাহাটীৰ পাণবজাৰত থকা ডাক বিভাগৰ মুখ্য কাৰ্যালয় মেঘদুত ভৱনত চাঞ্চল্যকৰ চুৰি কাণ্ড। নিশা ১২ বজাৰ পিছত সংঘটিত হৈছে এই চুৰিকাণ্ড। নিশা নিৰাপত্তাৰক্ষী থকাৰ পিছতো এই চুৰিকাণ্ড সংঘটিত হোৱাক লৈ সডষ্টি হৈছে চাঞ্চল্যৰ।
ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী উপস্থিত হৈ তন্ন তন্নকৈ পৰীক্ষা কৰিছে সকলো দিশ।পাণবজাৰ আৰক্ষীয়ে সোধা-পোছাৰ বাবে ১০ জন লোকক আটক কৰিছে। মেঘদুত ভৱনৰ ৫ম মহলালৈ চোৰে চলালে চাফাই অভিযান।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|