মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, নগদ ধনসহ তিনিজনক আটক ...

সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, নগদ ধনসহ তিনিজনক আটক ...

সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত বুজন পৰিমাণৰ নগদ ধন, নিচাজাতীয় দ্ৰব্য সহ তিনিগৰাকী লোকক আটক।

  • Share this:
চৰাইদেউ জিলাৰ সোণাৰিৰ অসম নাগালেণ্ডৰ সীমান্তত নামতোলা আৰক্ষীয়ে অসম-নাগালেণ্ড সীমান্তত অব্যাহত ৰাখিছে নিষিদ্ধ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান। আজিও তেনে এক অভিযান চলাই নামতোলা আৰক্ষীয়ে নিচাজাতীয় টেবলেট সহ এগৰাকী নগা যুৱক আৰু দুগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন লোক কেইগৰাকীৰ নাম নানছা কন্যাক,  ভাৰতী ৰয় আৰু নানু লিম্বো। নামতোলাৰ টিলা লাইনত নামতোলা আৰক্ষীয়ে অভিযান চলাই আটকাধীন লোকেইজনৰপৰা ৯১ টা নিচাজাতীয় টেবলেটসহ নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

শেহতীয়া বাতৰি