মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Porn Film নিৰ্মাণ আৰু মোবাইল এপ্লিকেচনৰ জৰিয়তে প্ৰকাশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ বলীউডৰ অভিনেত্ৰী শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰা...

Porn Film নিৰ্মাণ আৰু মোবাইল এপ্লিকেচনৰ জৰিয়তে প্ৰকাশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ বলীউডৰ অভিনেত্ৰী শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰা...

শিল্পা চেট্টীৰ(Shilpa Shetty) স্বামী ৰাজ কুন্দ্ৰাক(Raj Kundra) সোমবাৰে নিশা মুম্বাই আৰক্ষীয়ে অশ্লীল চলচ্চিত্ৰ(Porn Film) নিৰ্মাণ আৰু মোবাইল এপ্লিকেচনৰ জৰিয়তে প্ৰকাশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

  • Share this:

"২০২১ চনৰ ফেব্ৰুৱাৰী মাহত অপৰাধ শাখা মুম্বাইত পৰ্ণোগ্ৰাফিক চলচ্চিত্ৰ নিৰ্মাণ আৰু কিছুমান এপৰ জৰিয়তে প্ৰকাশ কৰাৰ বিষয়ে এটা গোচৰ ৰুজু কৰা হৈছিল। আমি ৰাজ কুন্দ্ৰাক এই গোচৰটোত ১৯/৭/২১ তাৰিখে গ্ৰেপ্তাৰ কৰিছো কিয়নো তেওঁ ইয়াৰ মুখ্য ষড়যন্ত্ৰকাৰী যেন লাগিছে। এই সন্দৰ্ভত আমাৰ ওচৰত পৰ্যাপ্ত প্ৰমাণ আছে। অনুগ্ৰহ কৰি তদন্ত চলি আছে," চিপি মুম্বাইৰ এক বিবৃতি প্ৰকাশ এই কথা।

শেহতীয়া বাতৰি