Sheena Bora Murder Case: দেশ কঁপোৱা শ্বীনা বৰা হত্যাকাণ্ডৰ তদন্ত বন্ধ কৰিলে CBI য়ে ! অৱগত কৰিলে বিশেষ আদালতক...

Central Bureau of Investigation (CBI)য়ে মঙলবাৰে ইয়াত এখন বিশেষ আদালতক ২০১৫ চনত পোহৰলৈ অহা শ্বীনা বৰা হত্যাকাণ্ডৰ (Sheena Bora Murder Case) পৰৱৰ্তী তদন্ত বন্ধ কৰাৰ বিষয়ে অৱগত কৰে।

Central Bureau of Investigation (CBI)য়ে মঙলবাৰে ইয়াত এখন বিশেষ আদালতক ২০১৫ চনত পোহৰলৈ অহা শ্বীনা বৰা হত্যাকাণ্ডৰ (Sheena Bora Murder Case) পৰৱৰ্তী তদন্ত বন্ধ কৰাৰ বিষয়ে অৱগত কৰে। হাই-প্ৰফাইল গোচৰটোৰ অধিক তদন্ত বন্ধ কৰাৰ সন্দৰ্ভত চিবিআইয়ে বিশেষ ন্যায়াধীশ এ এছ চয়াদৰ সন্মুখত অৱগত কৰে।