ঘৰতেই খুলিছিল Wine Shop...মহানগৰীৰ সাতগাঁও আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা...

News18 Assam | News18-Assam
Updated:June 8, 2021, 2:18 PM IST
ঘৰতেই খুলিছিল Wine Shop...মহানগৰীৰ সাতগাঁও আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা...
ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে জব্দ হৈছে বুজন পৰিমাণৰ বিলাতী সুৰা। মহানগৰ আৰক্ষীয়ে সাতগাঁও থানাৰ অন্তৰ্গত তালতলাত অভিযান চলাই ১২৫ তাকৈ বিলাতী সুৰাৰ বটল জব্দ কৰে।

ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে জব্দ হৈছে বুজন পৰিমাণৰ বিলাতী সুৰা। মহানগৰ আৰক্ষীয়ে সাতগাঁও থানাৰ অন্তৰ্গত তালতলাত অভিযান চলাই ১২৫ তাকৈ বিলাতী সুৰাৰ বটল জব্দ কৰে।

  • Share this:
ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে জব্দ হৈছে বুজন পৰিমাণৰ বিলাতী সুৰা। মহানগৰ আৰক্ষীয়ে সাতগাঁও থানাৰ অন্তৰ্গত তালতলাত অভিযান চলাই ১২৫ তাকৈ বিলাতী সুৰাৰ বটল জব্দ কৰে। এই সংক্ৰান্তত অৰুণ প্ৰধান নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে।

ধৃত লোক জনে দীৰ্ঘদিন ধৰি নীতিবৰ্হিভূতভাৱে  বিলাতী সুৰা ঘৰত বিক্ৰী কৰি আহিছিল। অবৈধ ভাৱে বিক্ৰী কৰা সুৰাপান কৰি একাংশ লোকে অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি আহিছিল। ৰাইজে অভিযোগ দিয়াৰ পিছত বহু পলমকৈ অৱশেষত সাতগাঁও আৰক্ষীয়ে বিলাতী সুৰাৰ ঘটিটো উচ্ছেদ কৰে।
Published by: Kokil Sarma
First published: June 8, 2021, 2:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি