• Home
  • »
  • News
  • »
  • crime
  • »
  • Bongaigaon : বঙাইগাঁৱৰ খগৰপুৰত নিশা ডকাইতি, লুটি নিলে ৮০ হাজাৰ

Bongaigaon : বঙাইগাঁৱৰ খগৰপুৰত নিশা ডকাইতি, লুটি নিলে ৮০ হাজাৰ

এখন বাইকত আহিছিল ডকাইতিৰ দলটো। 

এখন বাইকত আহিছিল ডকাইতিৰ দলটো। 

এখন বাইকত আহিছিল ডকাইতিৰ দলটো। 

  • Share this:
বঙাইগাঁৱৰ খগৰপুৰত নিশা ডকাইতি। বলেৰ’ পিকআপ বাহনত ডকাইতি। চালকক পিষ্টল দেখুৱাই ডকাইতৰ দলে লুট কৰি নিয়ে ৮০ হাজাৰ টকা।

এখন বাইকত আহিছিল ডকাইতিৰ দলটো। ডকাইতৰ দলটোত আছিল তিনিজন লোক। ডকাইতৰ কবলত পৰা বাহনখনৰ নম্বৰ হৈছে WB 63 B 5419।

বাহনখন গোৱালপাৰাৰ পৰা তুফানগঞ্জলৈ গৈ আছিল। গোৱালপাৰাত ষ্টিল আলমিৰা নমাই থৈ পশ্চিমবংগ অভিমুখে গৈ থকা সময়তে ডকাইতে লুটি নিয়ে ধন।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি