
এখন বাইকত আহিছিল ডকাইতিৰ দলটো।
এখন বাইকত আহিছিল ডকাইতিৰ দলটো।
বঙাইগাঁৱৰ খগৰপুৰত নিশা ডকাইতি। বলেৰ’ পিকআপ বাহনত ডকাইতি। চালকক পিষ্টল দেখুৱাই ডকাইতৰ দলে লুট কৰি নিয়ে ৮০ হাজাৰ টকা।
এখন বাইকত আহিছিল ডকাইতিৰ দলটো। ডকাইতৰ দলটোত আছিল তিনিজন লোক। ডকাইতৰ কবলত পৰা বাহনখনৰ নম্বৰ হৈছে WB 63 B 5419।
বাহনখন গোৱালপাৰাৰ পৰা তুফানগঞ্জলৈ গৈ আছিল। গোৱালপাৰাত ষ্টিল আলমিৰা নমাই থৈ পশ্চিমবংগ অভিমুখে গৈ থকা সময়তে ডকাইতে লুটি নিয়ে ধন।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|