ৰঙিয়া ষ্টেচনত SSB-RPFৰ অতৰ্কিতে অভিযান । মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা শিশু-কিশোৰীসহ ৩ গৰাকীক উদ্ধাৰ । আটক এজন সৰবৰাহকাৰী । ধৃত সৰবৰাহকাৰীজন হৈছে পশ্চিম বংগৰ মালদাহৰ গৌতম সৰকাৰ ।

ৰঙিয়া ষ্টেচনত উদ্ধাৰ হোৱা আটাইকেইজনৰ ঘৰ বাক্সা জিলাৰ অন্তৰ্গত গুৱাবাৰীৰ বুলি জানিব পৰা গৈছে । বুধবাৰে দিনৰ ভাগত ৰঙিয়া ষ্টেচনত এছএছবিয়ে গোপন সুত্ৰৰ ভিত্তিত আৰপিএফৰ সহযোগত অভিযান চলাই এগৰাকী কিশোৰী , এগৰাকী মহিলা আৰু তেওঁৰ ৪ বছৰীয়া পুত্ৰ সন্তানক উদ্ধাৰ কৰে । লগতে মানৱ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত মালদাহৰ গৌতম সৰকাৰক আটক কৰে । সৰবৰাহকাৰীয়ে বিভিন্ন প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা মুহূৰ্তত উদ্ধাৰ কৰা হয় তিনিওগৰাকীক ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|