মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »ৰঙিয়াৰ শিমলুৱাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ মিৰাকুল হুছেইন নামৰ যুৱকক...

ৰঙিয়াৰ শিমলুৱাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ মিৰাকুল হুছেইন নামৰ যুৱকক...

ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত কমলপুৰৰ বৰংগাবাৰীৰ মিৰাকুল হুছেইনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে মিৰাকুল হুছেইনৰ পৰা জব্দ কৰে ড্ৰাগছসহ কন্টেইনাৰৰ টোপোলা ।

  • Share this:
    ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অতৰ্কিতে অভিযান চলালে ৰঙিয়াৰ শিমলুৱাত।

    ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত কমলপুৰৰ বৰংগাবাৰীৰ মিৰাকুল হুছেইনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে মিৰাকুল হুছেইনৰ পৰা জব্দ কৰে ড্ৰাগছসহ কন্টেইনাৰৰ টোপোলা । আৰক্ষীয়ে হাতে-লোটে কৰায়ত্ত কৰি ৰঙিয়া থানালৈ লৈ আহে মিৰাকুল হুছেইনক । সম্প্ৰতি ৰঙিয়া থানাত অধিক তথ্যৰ বাবে মিৰাকুল হুছেইনক মাৰাথান জেৰা অব্যহত ৰাখিছে আৰক্ষীয়ে ।

    শেহতীয়া বাতৰি