உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Human Trafficking: ৰাজ্যত সক্ৰিয় মানৱ সৰবৰাহকাৰী চক্ৰ! ভূটান সীমান্তৰ পৰা গুজৰাট অভিমুখে যাবলৈ ওলোৱা শিশু, কিশোৰসহ ১৪ জনক উদ্ধাৰ...

    Human Trafficking: ৰাজ্যত সক্ৰিয় মানৱ সৰবৰাহকাৰী চক্ৰ! ভূটান সীমান্তৰ পৰা গুজৰাট অভিমুখে যাবলৈ ওলোৱা শিশু, কিশোৰসহ ১৪ জনক উদ্ধাৰ...

    Human Trafficking: ৰাজ্যত সক্ৰিয় মানৱ সৰবৰাহকাৰী চক্ৰ । ভূটান সীমান্তৰ পৰা গুজৰাট অভিমুখে যাবলৈ ওলোৱা শিশু, কিশোৰসহ মুঠ ১৪ জনক উদ্ধাৰ ।

    • Share this:
      Human Trafficking: ৰাজ্যত সক্ৰিয় মানৱ সৰবৰাহকাৰী চক্ৰ । ভূটান সীমান্তৰ পৰা গুজৰাট অভিমুখে যাবলৈ ওলোৱা শিশু, কিশোৰসহ মুঠ ১৪ জনক উদ্ধাৰ ।

      গোপন সূত্ৰৰ পম খেদি ৰঙিয়া(Rangia) SSB ৰ এটা দলে ৰঙিয়া ৰেল জংচনত চলালে অভিযান । অভিযানত উদ্ধাৰ হৈছে এটি চাৰি বছৰীয়া শিশু, ২ কিশোৰ সহ ১৪ জনীয়া এটা বৃহৎ দল । গুজৰাটৰ(Gujarat) কোম্পানীত(Company) কাম দিয়াৰ প্ৰলোভনেৰে ৰেলেৰে নিয়াৰ যো-জা চলাইছিল সৰবৰাহকাৰীয়ে । সঞ্জীৱ বড়ো নামৰ এজন সৰবৰাহকাৰীক আটক কৰি ৰেল আৰক্ষীক চমজাই দিছে SSB য়ে । ৰঙিয়া ৰেল জংচনত ৰেলৰ(Rail) বাবে অপেক্ষা কৰি থকা অৱস্থাত আটাইকেইগৰাকী যুৱক যুৱতীক সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰা হৈছে । বাক্সা জিলাৰ ভূটান সীমান্তৰ বিভিন্ন অঞ্চলৰ পৰা লৈ অনা হৈছিল এইসকল যুৱক-যুৱতীক । সম্প্ৰতি ৰঙিয়া GRP য়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ।
      Published by:Kokil Sarma
      First published: