
ৰহা আৰক্ষী আৰু চাপৰমুখ আবকাৰী বিভাগৰ বৃহৎ সফলতা। জব্দ কৰিলে বুজন পৰিমাণৰ দেশী আৰু বিদেশী সুৰা।
ৰহা আৰক্ষী আৰু চাপৰমুখ আবকাৰী বিভাগৰ বৃহৎ সফলতা। জব্দ কৰিলে বুজন পৰিমাণৰ দেশী আৰু বিদেশী সুৰা।
ৰহা আৰক্ষী আৰু চাপৰমুখ আবকাৰী বিভাগৰ বৃহৎ সফলতা। জব্দ কৰিলে বুজন পৰিমাণৰ দেশী আৰু বিদেশী সুৰা।
ৰহা আৰক্ষী আৰু চাপৰমুখ আবকাৰী বিভাগৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ দেশীয় আৰু বিদেশী সুৰা জব্দ হয়।৩১ ডিচেম্বৰৰ নিশা এক গোপন সুত্ৰৰ ভিত্তিত আৰক্ষী আৰু আবকাৰী বিভাগে অভিযান চলাই ফুলগুৰিৰ ওচৰৰ ডিমৌত এক প্ৰায় লক্ষাধিক টকাৰ দেশীয় আৰু বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।উল্লেখযোগ্য যে ৩১ ডিচেম্বৰৰ নিশা অবৈধ ভাবে বিক্ৰী কৰিবলৈ এনেদৰে মজুত ৰাখিছিল বৃহৎ পৰিমাণৰ সুৰা সমূহ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseআনহাতে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সুৰাৰ লগত এগৰাকী অবৈধ সুৰা ব্যৱসায়ীকো আটক কৰিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|