মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Karimganj : কৰিমগঞ্জত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন এগৰাকী অভিযুক্তৰ

Karimganj : কৰিমগঞ্জত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন এগৰাকী অভিযুক্তৰ

আৰক্ষী চকীৰ কৰ্মীয়ে বান্দৰকোণাৰ নিজ ঘৰৰ পৰা আটক কৰিছিল আচামীজনক।

আৰক্ষী চকীৰ কৰ্মীয়ে বান্দৰকোণাৰ নিজ ঘৰৰ পৰা আটক কৰিছিল আচামীজনক।

আৰক্ষী চকীৰ কৰ্মীয়ে বান্দৰকোণাৰ নিজ ঘৰৰ পৰা আটক কৰিছিল আচামীজনক।

  • Share this:
কৰিমগঞ্জত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন এগৰাকী অভিযুক্তৰ। আব্দুল বাছিত নামৰ এই অভিযুক্তগৰাকীক আজি আদালতত অনা হৈছিল।

আদালতৰ গ্ৰেপ্তাৰী পৰোৱানাৰ ভিত্তিত অভিযুক্তক আটক কৰি আদালতলৈ আনিছিল পাথাৰকান্দি আৰক্ষীয়ে। কিন্তু আদালতত শৌচাগাৰলৈ যোৱাৰ কথা কৈ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে অভিযুক্তই।

অভিযুক্তগৰাকীৰ বিৰুদ্ধে গাড়ী চুৰিসহ একাধিক গোচৰ ৰুজু আছিল। কালি বাৰইগ্ৰাম আৰক্ষী চকীৰ কৰ্মীয়ে বান্দৰকোণা জিপিৰ খালৰ পাৰ নিজ ঘৰৰ পৰা আটক কৰিছিল আচামীজনক।

শেহতীয়া বাতৰি