
ঘটনাস্থলীৰ পৰা ৩ কেজি ১০০ গ্ৰাম পৰিমাণৰ গাঞ্জা জব্দ। অধিক তথ্যৰ বাবে তদন্ত অব্যাহত >
ঘটনাস্থলীৰ পৰা ৩ কেজি ১০০ গ্ৰাম পৰিমাণৰ গাঞ্জা জব্দ। অধিক তথ্যৰ বাবে তদন্ত অব্যাহত >
ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান। সমান্তৰালকৈ যোৱা কিছুদিন ধৰি হোজাই জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক বৰুণ পুৰকায়ষ্ঠৰ নিৰ্দেশত আৰক্ষীয়ে ক্ষীপ্ৰ কৰি তুলিছে নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযান। ইতিমধ্যে বিভিন্ন অঞ্চলত আৰক্ষীয়ে বৃহত্ পৰিমাণৰ গাঞ্জা, ড্ৰাগছ আদি নিচাজাতীয় দ্ৰব্য জব্দ কৰিছে।
লংকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি শৰ্মাই এক গোপন তথ্যৰ ভিত্তিত জোৰাপুখুৰীৰ গণেশ কৰ নামৰ লোকজনৰ ঘৰত আৰক্ষীয়ে আকস্মিক অভিযান চলায়। ঘটনাস্থলীৰ পৰা ৩ কেজি ১০০ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে গণেশ কৰ নামৰ গাঞ্জাৰ বেপাৰীটোক। ইতিমধ্যে আৰক্ষীয়ে
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|