• Home
  • »
  • News
  • »
  • crime
  • »
  • Jorhat : গঁড়ৰ খৰ্গৰ চোৰাং বেহা! বিক্ৰী কৰিবলৈ অনা অৱস্থাত যোৰহাটত আটক এজন

Jorhat : গঁড়ৰ খৰ্গৰ চোৰাং বেহা! বিক্ৰী কৰিবলৈ অনা অৱস্থাত যোৰহাটত আটক এজন

কোনো লোকক বিক্ৰী কৰিবলৈ তিতাবৰৰ পৰা আনিছিল খড়্গটো

কোনো লোকক বিক্ৰী কৰিবলৈ তিতাবৰৰ পৰা আনিছিল খড়্গটো

কোনো লোকক বিক্ৰী কৰিবলৈ তিতাবৰৰ পৰা আনিছিল খড়্গটো

  • Share this:
যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে মঙলবাৰে বিয়লি গঁড়ৰ খৰ্গসহ আটক কৰিছে এজন লোকক। ধৃত লোকজন হ'ল তিতাবৰ চেঙেলি চেতিয়া গাঁৱৰ কাদিৰ আহমেদ। কোনো লোকক বিক্ৰী কৰিবলৈ আনিছিল গঁড়ৰ খৰ্গটো।

পুলিবৰ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি গটঙা চাহ বাগিচাৰ পৰা মহবন্ধা সংযোগী পথটোৰে আহি থকা অৱস্থাত আটক কৰে কাদিৰ আহমেদক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

গঁড়ৰ খৰ্গটো নকল নেকি বা ইয়াৰ সৈতে কোনো প্ৰৱঞ্চক দল জড়িত আছে নেকি সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি