ইতিমধ্যে পানীখাইতি আৰক্ষীয়ে আটক কৰিছে অভিযুক্তক
মহানগৰীৰ পানীখাইতিত সংঘটিত হৈছে জঘন্য কাণ্ড। এগৰাকী ৫০ৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে এগৰাকী নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলায়।
৫ টকা নাবালিকাগৰাকীৰ হাতত গুজি ধৰ্ষণৰ চেষ্টা চলাই বুলি প্ৰকাশ কৰে নাবালিকাগৰাকীয়ে।
ধৰ্ষণৰ চেষ্টা চলোৱা ব্যক্তিগৰাকী পানীখাইতিৰ কেডাৰ ছেত্ৰী। ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে পানীখাইতি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।
ইতিমধ্যে পানীখাইতি আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত কেডাৰ ছেত্ৰীক।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|