মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »নাজিৰাত ড্ৰাগছৰ ডীলাৰৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ, নগদ ধনসহ জব্দ বুজন পৰিমাণৰ ড্ৰাগছ...

নাজিৰাত ড্ৰাগছৰ ডীলাৰৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ, নগদ ধনসহ জব্দ বুজন পৰিমাণৰ ড্ৰাগছ...

ড্ৰাগছ সৰবৰাহকাৰী নহয়,  এইবাৰ নাজিৰাত ড্ৰাগছৰ ডীলাৰৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। অভিযানত দুজন আটক। ৮৭,৮০০ টকা নগদ ধন , ১৭.৪৯ গ্ৰাম ব্ৰাউন চুগাৰ, এখন পালছাৰ আৰু দুটা ম'বাইল জব্দ ৷

  • Share this:
ড্ৰাগছৰ বিৰুদ্ধে এতিয়া অধিক কঠোৰ হৈ পৰিছে অসম আৰক্ষী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাজিৰাতো ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন।

যোৱা নিশা নাজিৰা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই নাজিৰাৰ ৰজাপুল গড়আলিৰ পৰা দুজনকৈ ড্ৰাগছ ডীলাৰত জড়িতক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন দুজন ক্ৰমে ৰেবুল হুছেইন আৰু আচিক আলী। ধৃত দুজনে বিগত কেইবামাহ ধৰি নাজিৰাৰ বিভিন্ন অঞ্চলত গঢ়ি তুলিছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। নাজিৰাৰ ৰেবুল হুছেইন আৰু আচিকৰ পৰা নাজিৰা আৰক্ষীয়ে  ৮৭,৮০০ টকা নগদ ধন , ১৭.৪৯ গ্ৰাম ব্ৰাউন চুগাৰ, এখন পালছাৰ আৰু দুটা ম'বাইল জব্দ কৰে ।

শেহতীয়া বাতৰি