মাণিকপুৰৰ মাণিক চন্দ্ৰ দাস নামৰ এজন ব্যক্তিয়ে অভয়াপুৰী SBI শাখাৰ পৰা উলিয়াইছিল ১ লাখ টকা। টকাখিনি লৈ ঘৰলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷
মাণিকপুৰৰ মাণিক চন্দ্ৰ দাস নামৰ এজন ব্যক্তিয়ে অভয়াপুৰী SBI শাখাৰ পৰা উলিয়াইছিল ১ লাখ টকা। টকাখিনি লৈ ঘৰলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷
বঙাইগাঁৱৰ টুলুঙীয়াত চিলনী চোৰৰ দৌৰাত্ম্য, চিলনী চোৰে চোঁচৰাই নিলে ৭০ উৰ্ধ্বৰ এজন ব্যক্তিক ৷ প্ৰায় ১০০ গজ চোঁচৰাই নিলে এজন বয়োজেষ্ঠ্য ব্যক্তিজনক ৷ টুলুঙীয়া চ’কত সংঘটাত হয় এই ঘটনা ৷
মাণিকপুৰৰ মাণিক চন্দ্ৰ দাস নামৰ এজন ব্যক্তিয়ে অভয়াপুৰী SBI শাখাৰ পৰা উলিয়াইছিল ১ লাখ টকা। টকাখিনি লৈ ঘৰলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷ মাণিক চন্দ্ৰ দাস এজন অৱসৰপ্ৰাপ্ত আৰক্ষী।
লোকজনৰ পৰা বাইকত অহা দুৰ্বৃত্তই ধন লুট কৰি নিয়াৰ চেষ্টা চলায় ৷৷ সৌভাগ্যক্ৰমে চিলনী চোৰে লোকজনৰ ধন নিব নোৱাৰিলে ৷ ঘটনাৰ পিছতে চিলনী চোৰ দুটা পলায়ন কৰে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|