உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Money Snatching: চিলনী চোৰে চোঁচৰাই নিলে ৭০ উৰ্ধ্বৰ ব্যক্তিক, হাতৰ মোনাত আছিল লাখ টকা

    Money Snatching: চিলনী চোৰে চোঁচৰাই নিলে ৭০ উৰ্ধ্বৰ ব্যক্তিক, হাতৰ মোনাত আছিল লাখ টকা

    মাণিকপুৰৰ মাণিক চন্দ্ৰ দাস নামৰ এজন ব্যক্তিয়ে অভয়াপুৰী SBI শাখাৰ পৰা উলিয়াইছিল ১ লাখ টকা। টকাখিনি লৈ ঘৰলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷

    • Share this:
    বঙাইগাঁৱৰ টুলুঙীয়াত চিলনী চোৰৰ দৌৰাত্ম্য, চিলনী চোৰে চোঁচৰাই নিলে ৭০ উৰ্ধ্বৰ এজন ব্যক্তিক ৷ প্ৰায় ১০০ গজ চোঁচৰাই নিলে এজন বয়োজেষ্ঠ্য ব্যক্তিজনক ৷ টুলুঙীয়া চ’কত সংঘটাত হয় এই ঘটনা ৷

    মাণিকপুৰৰ মাণিক চন্দ্ৰ দাস নামৰ এজন ব্যক্তিয়ে অভয়াপুৰী SBI শাখাৰ পৰা উলিয়াইছিল ১ লাখ টকা। টকাখিনি লৈ ঘৰলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷ মাণিক চন্দ্ৰ দাস এজন অৱসৰপ্ৰাপ্ত আৰক্ষী।

    লোকজনৰ পৰা বাইকত অহা দুৰ্বৃত্তই ধন লুট কৰি নিয়াৰ চেষ্টা চলায় ৷৷ সৌভাগ্যক্ৰমে চিলনী চোৰে লোকজনৰ ধন নিব নোৱাৰিলে ৷ ঘটনাৰ পিছতে চিলনী চোৰ দুটা পলায়ন কৰে ৷
    Published by:Manjumoni Borah
    First published: