• Home
  • »
  • News
  • »
  • crime
  • »
  • Guwahati Hit & Run Case : আজি দিছপুৰ আৰক্ষী থানাত হাজিৰ হোৱা সম্ভাৱনা নাই, ICUত গুৱাহাটীত দুৰ্ঘটনা সংঘটিত কৰা মডেল

Guwahati Hit & Run Case : আজি দিছপুৰ আৰক্ষী থানাত হাজিৰ হোৱা সম্ভাৱনা নাই, ICUত গুৱাহাটীত দুৰ্ঘটনা সংঘটিত কৰা মডেল

দুগৰাকী আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল'জ কৰাৰ পিছত নতুনকৈ সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে SI যোগানন্দ বড়োক।

  • Share this:
আজি দিছপুৰ আৰক্ষী থানাত হাজিৰ হোৱা সম্ভাৱনা নাই মডেল ৰাজকন্যা বৰুৱাৰ। দিছপুৰ আৰক্ষীৰ জাননীৰ বিপৰীতে ৰাজকন্যাৰ মাতৃয়ে বিচাৰিছে দুসপ্তাহৰ সময়। অধিক অসুস্থতাৰ অজুহাত দেখুৱাই GNRCৰ ICUত ভৰ্তি হৈছে ৰাজকন্যা। সন্দেহ কৰা হৈছে ৰাজকন্যাই স্বাস্থ্যৰ অচিলা লৈ আত্মগোপন কৰাৰ চেষ্টা কৰিছে। আনহাতে, দুগৰাকী আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল'জ কৰাৰ পিছত নতুনকৈ সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে SI যোগানন্দ বড়োক।
Published by:Sanjay Kumar Das
First published: