
শ্বেৰমান আলীৰ জামিন আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ। গীতানগৰ আৰু পাণবজাৰ থানাৰ গোচৰ দুটাত জামিন আবেদন নাকচ কৰা হৈছে ৰাজনৈতিক নেতাগৰাকীৰ।
শ্বেৰমান আলীৰ জামিন আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ। গীতানগৰ আৰু পাণবজাৰ থানাৰ গোচৰ দুটাত জামিন আবেদন নাকচ কৰা হৈছে ৰাজনৈতিক নেতাগৰাকীৰ।
শ্বেৰমান আলীৰ জামিন আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ। গীতানগৰ আৰু পাণবজাৰ থানাৰ গোচৰ দুটাত জামিন আবেদন নাকচ কৰা হৈছে ৰাজনৈতিক নেতাগৰাকীৰ। গীতানগৰ থানাৰ গোচৰটোত প্ৰথমে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শ্বেৰমান আলীক
বাঘবৰ সমষ্টিত সদ্য নিলম্বিত কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী অসম আন্দোলনৰ শ্বহীদৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল। তাৰ পিছতে বিতৰ্কিত বিধায়জনৰ বিৰুদ্ধে উত্থাপিত হৈছিল বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ। ৮ অক্টোবৰত বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে। বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত শ্বেৰমানক গ্ৰেপ্তাৰ কৰাৰ পিছতে বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|