
Money Loot in Guwahati : জি এছ ৰোডৰ ABCৰ পৰা এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তই লুটি নিলে নগদ ৫ লাখ টকা।
Money Loot in Guwahati : জি এছ ৰোডৰ ABCৰ পৰা এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তই লুটি নিলে নগদ ৫ লাখ টকা।
গুৱাহাটীৰ ৰাজপথত আকৌ ধন লুটৰ ঘটনা ৷ একে দিনাই মহানগৰীত দিনদুপৰতে দুটাকৈ ধন লুটৰ ঘটনা সংঘটিত হ'ল গুৱাহাটীত।
জি এছ ৰোডৰ ABCৰ পৰা এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তই লুটি নিলে নগদ ৫ লাখ টকা। মহিলাগৰাকীৰ পৰা দুৰ্বৃত্তই থপিয়াই নিলে ৫ লাখ টকা ৷ ABCৰ HDFC বেংকৰ পৰা টকা উলিয়াইছিল মহিলাগৰাকীয়ে ৷ বাইকত অহা দুজনীয়া দুৰ্বৃত্তই থপিয়াই নিয়ে ৫ লাখ টকা ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|