• Home
  • »
  • News
  • »
  • crime
  • »
  • Money Loot in Guwahati : দিন-দুপৰতে জি এছ ৰোডত লুট-পাট, মহিলাৰ পৰা লুট ৫ লাখ টকা

Money Loot in Guwahati : দিন-দুপৰতে জি এছ ৰোডত লুট-পাট, মহিলাৰ পৰা লুট ৫ লাখ টকা

Money Loot in Guwahati : জি এছ ৰোডৰ ABCৰ পৰা এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তই লুটি নিলে নগদ ৫ লাখ টকা।

Money Loot in Guwahati : জি এছ ৰোডৰ ABCৰ পৰা এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তই লুটি নিলে নগদ ৫ লাখ টকা।

Money Loot in Guwahati : জি এছ ৰোডৰ ABCৰ পৰা এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তই লুটি নিলে নগদ ৫ লাখ টকা।

  • Share this:
গুৱাহাটীৰ ৰাজপথত আকৌ ধন লুটৰ ঘটনা ৷ একে দিনাই মহানগৰীত দিনদুপৰতে দুটাকৈ ধন লুটৰ ঘটনা সংঘটিত হ'ল গুৱাহাটীত।

জি এছ ৰোডৰ ABCৰ পৰা এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তই লুটি নিলে নগদ ৫ লাখ টকা। মহিলাগৰাকীৰ পৰা দুৰ্বৃত্তই থপিয়াই নিলে ৫ লাখ টকা ৷ ABCৰ HDFC বেংকৰ পৰা টকা উলিয়াইছিল মহিলাগৰাকীয়ে ৷ বাইকত অহা দুজনীয়া দুৰ্বৃত্তই থপিয়াই নিয়ে ৫ লাখ টকা ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি