• Home
  • »
  • News
  • »
  • crime
  • »
  • তালিবানক লৈ Facebook Post দি বিপদত ফজলুল কৰিম কাচিমি। AIUDFৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক পদৰ পৰা নিলম্বন কাচিমিক...

তালিবানক লৈ Facebook Post দি বিপদত ফজলুল কৰিম কাচিমি। AIUDFৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক পদৰ পৰা নিলম্বন কাচিমিক...

সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ AIUDF দলে শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ দলৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মৌলানা ফজলুল কৰিম কাচিমিক নিলম্বিত কৰে। তালিবানৰ সমৰ্থনত ছচিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হয় মঙলদৈৰ মৌলানা ফজলুল কৰিম কাচিমি।

  • Share this:
সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ AIUDF দলে শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ দলৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক মৌলানা ফজলুল কৰিম কাচিমিক নিলম্বিত কৰে। তালিবানৰ সমৰ্থনত ছচিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হয় মঙলদৈৰ মৌলানা ফজলুল কৰিম কাচিমি।

মৌলানা ফজলুল কৰিম কাচিমিক আৰক্ষীয়ে ফেচবুকত বিতৰ্কিত পোষ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছে ৷ তেনেক্ষেত্ৰত কাচিমি সম্পৰ্কত আইনে তদন্ত কৰি আইনৰ ৰাস্তা লব বুলি কয় এআইইউডিএফ দলে৷ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা মৌলানা ফজলুল কৰিম কাচিমিক শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ এআইইউডিএফ দলে তাৎক্ষণিক ভাৱে সাধাৰন সম্পাদকৰ পদবীৰ পৰা তেওঁক নিলম্বন কৰিছে। এই কথা নিউজ১৮ ক জনাই এআইইউডিএফৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি আৱাল মজিদে ৷ এআইইউডিএফৰ বিভিন্ন নেতাই সংবাদ মাধ্যমক জনাই যে মৌলানা ফজলুল কৰিম কাচিমিয়ে যদি তালিবানক সমৰ্থন কৰি ফেচবুকত কিবা লিখিছে তেন্তে সেয়া গৰিহণাৰ যোগ্য।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি